শ্ৰেণী:তাপগতি বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তাপ আৰু ইয়াৰ সৈতে অন্য প্ৰকাৰৰ শক্তি আৰু কাৰ্যৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ণ কৰা পদাৰ্থ বিজ্ঞানৰ বিভাগটোকে তাপগতি বিজ্ঞান বোলা হয়‌। ই ‌‌কোনো প্ৰণালীৰ স্থূল অৱস্থাৰ ধৰ্মসমূহ যেনে উষ্ণতা, এনট্ৰপি আৰু চাপ ইত্যাদি ব্যাখ্যা কৰে। তাপগতি বিজ্ঞানে পদাৰ্থ তন্ত্ৰ এটাৰ লগত জড়িত আৰু বিকিৰণ সম্পৰ্কীয় গড় ধৰ্মবোৰ বৰ্ণনা কৰাৰ লগতে এ‌ইবোৰ কিধৰণে সময়ৰ সৈতে সলনি হয়, তাক ব্যাখ্যা কৰে। তাপগতি বিজ্ঞানে কোনো প্ৰণালীৰ অণুবীক্ষণিক ধৰ্মসমূহ বৰ্ণনা নকৰে। পৰিসাংখ্যিক বল বিজ্ঞানৰ পৰা তাপগতি বিজ্ঞানৰ সূত্ৰসমূহ নিৰ্ণয় কৰিব পাৰি।

উপশ্ৰেণীসমূহ

এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 1টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত এটা উপশ্ৰেণী আছে।

"তাপগতি বিজ্ঞান" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

মুঠ 3 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 3 টা পৃষ্ঠা আছে।