পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা
অৱয়ব
এইখন এখন পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা। তালিকাখনত গাঢ় আখৰেৰে সূচোৱা ৰাশি কেইটা ভেক্টৰ ৰাশি।
লেটিন আখৰ
[সম্পাদনা কৰক]| চিহ্ন | অৰ্থ | জোখৰ SI একক |
|---|---|---|
| চুম্বকীয় ভেক্টৰ বিভৱ (magnetic vector potential) | টেচলা মিটাৰ (T⋅m) | |
| ক্ষেত্ৰফল (area) | বৰ্গ মিটাৰ (m2) | |
| ভৰ সংখ্যা (Mass number) | ||
| বিস্তাৰ (amplitude) | মিটাৰ | |
| ত্বৰণ (acceleration) | মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (m/s2) | |
| চুম্বকীয় অভিবাহ ঘনত্ব (magnetic flux density) চুম্বক ক্ষেত্ৰ ঘনত্ব বা চুম্বকীয় আৱেশ বুলিও কোৱা হয়। |
টেচলা (T) | |
| ধাৰকত্ব (capacitance) | ফাৰাড (F) | |
| তাপ ধাৰকত্ব (heat capacity) | জুল প্ৰতি কেলভিন (J K−1) | |
| অনুকলন ধ্ৰুৱক (constant of integration) | ||
| শূন্যত পোহৰৰ বেগ (speed of light in vacuum) | ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড (m/s) | |
| শব্দৰ বেগ (speed of sound) | ৩৪০.২৯ মিটাৰ প্ৰতি ছেকেণ্ড (m/s) | |
| আপেক্ষিক তাপ ধাৰকত্ব (specific heat capacity) | জুল প্ৰতি কিলোগ্ৰাম প্ৰতি কেলভিন (J kg−1 K−1) | |
| সান্দ্ৰতা ডেম্পিং গুণাংক (viscous damping coefficient) | কিলোগ্ৰাম প্ৰতি ছেকেণ্ড (kg/s) | |
| বৈদ্যুতিক সৰণ ক্ষেত্ৰ (electric displacement field) বৈদ্যুতিক অভিবাহ ঘনত্ব বুলিও কোৱা হয়। |
কুলম্ব প্ৰতি বৰ্গ মিটাৰ (C/m2) | |
| ঘনত্ব (density) | কিলোগ্ৰাম প্ৰতি ঘন মিটাৰ (kg/m3) | |
| দূৰত্ব (distance) | মিটাৰ (m) | |
| দিশ (direction) | এককবিহীন | |
| সংঘৰ্ষ প্ৰাচল | মিটাৰ (m) | |
| ব্যাস (diameter) | মিটাৰ (m) | |
| বৈদ্যুতিক ক্ষেত্ৰ (electric field) | নিউটন প্ৰতি কুলম্ব (N C−1) | |
| শক্তি (ইংৰাজী: energy) | জুল (J) | |
| ইয়ঙৰ গুণাংক (Young's Modulus) | পাস্কেল (Pa) বা নিউটন প্ৰতি বৰ্গ মিটাৰ (N/m2) বা কিলোগ্ৰাম প্ৰতি মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (kg·m−1·s−2) | |
| উৎকেন্দ্ৰতা (eccentricity) | এককবিহীন | |
| ২.৭১৮২৮..., ইলেকট্ৰন (electron), মৌলিক আধান (elementary charge) | ||
| বল (force) | নিউটন (N) | |
| কম্পনাংক (frequency) | হাৰ্জ (Hz) | |
| ফলন (function) | ||
| ঘৰ্ষণ (friction) | নিউটন (N) | |
| মহাকৰ্ষণিক ধ্ৰুৱক (gravitational constant) | নিউটন বৰ্গ মিটাৰ প্ৰতি বৰ্গ কিলোগ্ৰাম (N m2/kg2) | |
| মাধ্যাকৰ্ষণিক ত্বৰণ (acceleration due to gravity) | মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড (m/s2) | |
| চুম্বক ক্ষেত্ৰ (magnetic field strength) | এম্পিয়াৰ প্ৰতি মিটাৰ (A/m) | |
| হেমিল্টনিয়ান (Hamiltonian) | জুল (J) | |
| উচ্চতা (height) | মিটাৰ (m) | |
| প্লাংকৰ ধ্ৰুৱক (Planck's constant) | জুল ছেকেণ্ড (J s) | |
| ক্ৰিয়া (action) | জুল ছেকেণ্ড (J s) | |
| প্ৰাবল্য (intensity) | ৱাট প্ৰতি বৰ্গ মিটাৰ (W/m2) | |
| শব্দ প্ৰাবল্য (sound intensity) | ৱাট প্ৰতি বৰ্গ মিটাৰ (W/m2) | |
| বিদ্যুৎ প্ৰবাহ (electric current) | এম্পিয়াৰ (A) | |
| জড় ভ্ৰামক (moment of inertia) | কিলোগ্ৰাম বৰ্গ মিটাৰ (kg m2) | |
| কাৰ্টেছিয়ান x-অক্ষত একক ভেক্টৰ (Cartesian x-axis basis unit vector) | এককবিহীন | |
| মুক্ত প্ৰবাহ ঘনত্ব (free current density) | এম্পিয়াৰ প্ৰতি বৰ্গ মিটাৰ (A/m2) | |
| বলৰ ঘাত (impulse) | কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড (kg m/s) | |
| কাৰ্টেছিয়ান y-অক্ষত একক ভেক্টৰ (Cartesian y-axis basis unit vector) | এককবিহীন | |
| গতিশক্তি (kinetic energy)
2π/λ |
জুল (J) | |
| বল্টজমেন ধ্ৰুৱক (Boltzmann constant) | জুল প্ৰতি কেলভিন (J/K) | |
| তৰংগ সংখ্যা (wavenumber) | ৰেডিয়ান প্ৰতি মিটাৰ (m−1) | |
| কাৰ্টেছিয়ান z-অক্ষত একক ভেক্টৰ (Cartesian z-axis basis unit vector) | এককবিহীন | |
| আৱেশ গুণাংক (inductance) | হেনৰী (H) | |
| স্বয়ংপ্ৰভা (luminosity) | ৱাট (W) | |
| কৌণিক ভৰবেগ (angular momentum) | নিউটন মিটাৰ ছেকেণ্ড (N m s or kg m2 s−1) | |
| লাগ্ৰাঞ্জিয়ান (Lagrangian) | জুল (J) | |
| দৈৰ্ঘ্য (length) | মিটাৰ (m) | |
| চুম্বকন (magnetization) | এম্পিয়াৰ প্ৰতি মিটাৰ (A/m) | |
| বলভ্ৰামক বা টৰ্ক (moment of force or torque) | নিউটন মিটাৰ (N m) | |
| ভৰ (mass) | কিলোগ্ৰাম (kg) | |
| পাৰমাণৱিক সংখ্যা (atomic number) | এককবিহীন | |
| প্ৰতিসৰণাংক (refractive index) | এককবিহীন | |
| মূখ্য কোৱান্টাম সংখ্যা (principle quantum number) | এককবিহীন | |
| ক্ষমতা (power) | ৱাট (W) | |
| ভৰবেগ (momentum) | কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড (kg m/s) | |
| চাপ (pressure) | পাস্কেল(Pa) | |
| বৈদ্যুতিক আধান (electric charge) | কুলম্ব(C) | |
| তাপ (Heat) | জুল (J) | |
| বৈদ্যুতিক ৰোধ (electrical resistance) | ওম (Ω) | |
| ৰিক্কি টেনছৰ (Ricci tensor) | এককবিহীন | |
| ৰেডিয়েন্সি (radiancy) | ||
| গেছ ধ্ৰুৱক (gas constant) | জুল প্ৰতি কিলোগ্ৰাম কেলভিন (J/kgK) | |
| অৱস্থান ভেক্টৰ বা ব্যাসাৰ্ধ ভেক্টৰ (position vector or radius vector) | মিটাৰ (m) | |
| পৃষ্ঠকালি (surface area) | বৰ্গ মিটাৰ (m2) | |
| এনট্ৰ'পি (entropy) | জুল প্ৰতি কেলভিন (J/K) | |
| ক্ৰিয়া (action) | ||
| চাপ দৈৰ্ঘ্য (arc length) | মিটাৰ (m) | |
| সৰণ (displacement) | ||
| পৰ্যায়কাল (period) | ছেকেণ্ড(s) | |
| পৰম উঞ্চতা (absolute temperature) | কেলভিন(K) | |
| সময় (time) | ছেকেণ্ড(s) | |
| বিভৱ শক্তি (potential energy) | জুল (J) | |
| আভ্যন্তৰীণ শক্তি (internal energy) | জুল (J) | |
| শক্তি ঘনত্ব (energy density) | জুল প্ৰতি ঘন মিটাৰ (J/m3) | |
| ভ'ল্টেজ বা বিভৱভেদ (voltage or potential difference) | ভ'ল্ট (V) | |
| আয়তন (volume) | ঘন মিটাৰ (m3) | |
| বেগ (velocity) | মিটাৰ প্ৰতি ছেকেণ্ড (m/s) | |
| যান্ত্ৰিক কাৰ্য্য (mechanical work) | জুল (J) | |
| প্ৰস্থ (width) | মিটাৰ (m) | |
| সৰণ (displacement) | মিটাৰ (m) | |
| বৈদ্যুতিক ইম্পিডেন্স (electrical impedance) | ওম (Ω) |
গ্ৰীক আখৰ
[সম্পাদনা কৰক]| চিহ্ন | নাম | অৰ্থ | জোখৰ SI একক |
|---|---|---|---|
| আলফা | কৌণিক ত্বৰণ | ৰেডিয়ান প্ৰতি বৰ্গ ছেকেণ্ড (rad/s2) | |
| বিটা | পোহৰৰ বেগ (c) | এককবিহীন | |
| গামা | লৰেন্টজ্ ফেক্টৰ | এককবিহীন | |
| ফ'টন | |||
| গামা ৰশ্মি | |||
| ৰূপ বিকৃতি | |||
| তাপ ধাৰকত্ব অনুপাত | এককবিহীন | ||
| ডেল্টা | এটা চলকৰ পৰিৱৰ্তন (অৰ্থাত্ ) | এককবিহীন | |
| লাপ্লাছ্ অ'পাৰেটৰ | |||
| সৰণ | |||
| এপচাইলন | বিদ্যুত মাধ্যমাংক | ফাৰাড প্ৰতি মিটাৰ (F/m) | |
| বিকৃতি | এককবিহীন | ||
| এপচাইলন নট | শূন্যৰ বিদ্যুত মাধ্যমাংক | ||
| জিটা | ডেম্পিং অনুপাত | এককবিহীন | |
| ইটা | শক্তিৰ কাৰ্যক্ষমতা | এককবিহীন | |
| সান্দ্ৰতা গুণাংক | পাস্কেল ছেকেণ্ড (Pa s) | ||
| থিটা | কৌণিক সৰণ | ৰেডিয়ান (rad) | |
| কাপ্পা | ট'ৰছন গুণাংক (torsion constant) | নিউটন মিটাৰ প্ৰতি ৰেডিয়ান (N m/rad) | |
| লেমডা | মহাজাগতিক ধ্ৰুৱক | প্ৰতি বৰ্গ ছেকেণ্ড (s−2) | |
| তৰংগ দৈৰ্ঘ্য | মিটাৰ (m) | ||
| আইগেন মান (eigen value) | অশূন্য ভেক্টৰ | ||
| মিউ | চুম্বকীয় ভ্ৰামক | এম্পিয়াৰ বৰ্গ মিটাৰ (A m2) | |
| ঘৰ্ষণ গুণাংক | এককবিহীন | ||
| গতিশীল সান্দ্ৰতা | পাস্কেল ছেকেণ্ড (Pa s) | ||
| প্ৰৱেশ্যতা (বিদ্যুত চুম্বকত্ব) | হেনৰি প্ৰতি মিটাৰ (H/m) | ||
| মাধ্যাকৰ্ষণিক প্ৰাচল | |||
| নিউ | কম্পনাংক | হাৰ্জ (Hz) | |
| কাইনেমেটিক সান্দ্ৰতা (kinematic viscosity) | বৰ্গ মিটাৰ প্ৰতি ছেকেণ্ড (m2/s) | ||
| পাই | ৩.১৪১৫৯... (অপৰিমেয় সংখ্যা) | ||
| ৰ' | ঘনত্ব | কিলোগ্ৰাম প্ৰতি ঘন মিটাৰ (kg/m3) | |
| মুক্ত বৈদ্যুতিক আধান ঘনত্ব | কুলম্ব প্ৰতি ঘন মিটাৰ (C/m3) | ||
| ৰোধকত্ব | ওম মিটাৰ ( m) | ||
| ছিগমা | যোগ অপাৰেটৰ | ||
| ছিগমা | বিদ্যুত পৰিবাহিতা | ছিমেন প্ৰতি মিটাৰ (S/m) | |
| প্ৰতিচাপ | |||
| টাউ | টৰ্ক | নিউটন মিটাৰ (N m) | |
| ৰূপ প্ৰতিচাপ | |||
| সময় ধ্ৰুৱক | ছেকেণ্ড (s) | ||
| ৬.২৮৩১৮... (2π) | |||
| ফাই | চুম্বকীয় অভিবাহ | ৱেবাৰ (Wb) | |
| ফাই | বৈদ্যুতিক বিভৱ
হিগছ্ ক্ষেত্ৰ কাৰ্য্য ফলন |
||
| জাই | তৰংগ ফলন | এককবিহীন | |
| ওমেগা | কৌণিক কম্পনাংক
2πf |
ৰেডিয়ান প্ৰতি ছেকেণ্ড (rad/s) | |
| ওমেগা | বৈদ্যুতিক ৰোধ | ওম |
অন্যান্য আখৰ
[সম্পাদনা কৰক]| চিহ্ন | নাম | অৰ্থ | জোখৰ SI একক |
|---|---|---|---|
| নেবলা ডট | ডাইভাৰজেন্স অ'পাৰেটৰ ডেল ডট বুলি উচ্চাৰণ কৰা হয়। |
প্ৰতি মিটাৰ (m−1) | |
| নেবলা ক্ৰছ | কাৰ্ল অ'পাৰেটৰ ডেল ক্ৰছ বুলি উচ্চাৰণ কৰা হয়। |
প্ৰতি মিটাৰ (m−1) | |
| নেবলা | ডেল (ডিফাৰেন্সিয়েল অ'পাৰেটৰ) | ||
| ডেল্টা | লাপ্লাছ্ অ'পাৰেটৰ | প্ৰতি বৰ্গ মিটাৰ (m−2) | |
| "ডাৰ", "ড'", "ডাই", "পাৰ্চিয়েল" বা "d" | পাৰ্চিয়েল ডিৰাইভেটিভ (অৰ্থাৎ ) | ||
| ডি'এলাৰ্মবাৰ্টছ্ অ'পাৰেটৰ |