শ্ৰেণী বাৰ্তা:পদাৰ্থ বিজ্ঞান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আটাইবোৰকে sub category লৈ নিয়াত অসুবিধা আছে | কিছুমান কোনো এটা শ্ৰেণীটো নপৰিব আৰু কিছুমান একাধিক শ্ৰেণীত সোমাব | দীপাংকৰ 15:57, 30 জানুৱাৰী 2012 (UTC)

হ’ব| ম‍ই আচলতে তোমাক এটা উদাহৰণ দেখুৱাইছিলো| শ্ৰেণী সমূহটো ইণ্টাৰৱিকি সংযোগ কৰিবা| আৰু এই সাঁচ ঠাই বিশেষে লগাই থবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা