সদস্য বাৰ্তা:Syamanta

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

(Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 07:44, 27 ডিচেম্বৰ 2011 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1[সম্পাদনা কৰক]

আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 20:05, 22 জানুৱাৰী 2012 (UTC)

The Teamwork Barnstar[সম্পাদনা কৰক]

The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ।  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:16, 12 এপ্ৰিল 2012 (UTC)

পদাৰ্থ বিজ্ঞান প্ৰকল্প[সম্পাদনা কৰক]

স্যামন্ত দাদা প্ৰকল্পৰ সদস্য হোৱাৰ বাবে ধন্যবাদ, পদাৰ্থ বিজ্ঞানৰ ইতিহাস পৃষ্ঠাখন অনুবাদ কৰাত মোক সহায় কৰিবনে অলপ, (inertial frame- জড় প্ৰণালীয়েই হ’ব লাগে) দীপাংকৰ চেতিয়া বাৰ্তা 16:47, 8 জুন 2012 (UTC)

নিশ্চয়, কোৱাচোন কোনখিনি কৰিম? ভগাই ল'লে সুবিধা হ'ব কিজানি! - স্যামন্ত
History of physicsৰ ২ৰ পৰা ৬ লৈকে কৰক ম‍ই ৭ৰ পৰা ১১ লৈ কৰো (পেৰেপ্ৰাফৰ ক্ৰমিক নং তাত থকা মতে), ১,১২টো হ’ল ১৩-১৬ চুটী চুটী হৈ যাব দীপাংকৰ চেতিয়া বাৰ্তা 10:22, 10 জুন 2012 (UTC)
বাৰু স্যামন্ত কুমাৰ গোস্বামী বার্তা 11:35, 11 জুন 2012 (UTC)

মিডিয়া যোগ[সম্পাদনা কৰক]

এই আলোচনাটোত এবাৰ চকু ফুৰাবচোন স্যামন্ত দা। — গীতাৰ্থ বৰদলৈ (talk) 15:12, 14 জুন 2012 (UTC)

মোক তুমি বুলি ক'লেই হ'ব। 'দা' ও নালাগে :) কোনটো আলোচনাৰ কথা কৈছে বাৰু? ঠিক নুবুজিলোঁ। - স্যামন্ত কুমাৰ গোস্বামী বার্তা 15:30, 14 জুন 2012 (UTC)
ক্ষমা কৰিব। লিংকটো নিদিলোঁৱেই। এতিয়াৰ পৰা সকলো ছবি ৱিকিকমন্সত আপল'ড কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। আপুনিও সেইমতে "এজাৰ ফুল"কে ধৰি সকলো নিজা ছবি কমন্সত আপল'ড কৰিব। http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A7%B0_%E0%A6%9A%27%E0%A7%B0%E0%A6%BE_%28%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A6%A8%E0%A6%B6%E0%A6%BE%E0%A6%B2%E0%A6%BE%29#.E0.A6.AE.E0.A6.BF.E0.A6.A1.E0.A6.BF.E0.A6.AF.E0.A6.BC.E0.A6.BE_.E0.A6.AF.E0.A7.8B.E0.A6.97

— গীতাৰ্থ বৰদলৈ (talk) 13:31, 15 জুন 2012 (UTC)


ধন্যবাদ। ৱিকিত কৰাৰ নিচিনাকৈ কমন্সতো একে ধৰণেই আপল'ড কৰে নে? নাজানোঁ...শিকাই দিব লাগিব :) - স্যামন্ত কুমাৰ গোস্বামী বার্তা 02:47, 19 জুন 2012 (UTC)
এই লিংকত যাওক। স্বত্বাধিকাৰীৰ নাম, উত্‍স, ছবিৰ চমু বিৱৰণ এই সকলোবোৰ উল্লেখ কৰিব লাগিব। অনুগ্ৰহ কৰি ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা ছবি আপল'ড নকৰিব। আপল'ড কৰাৰ পিছত ছবিৰ নামটো আনি অসমীয়া ৱিকিৰ যথাস্থানত দিলেই হ'ল। আজি ইয়াত আপল'ড কৰা বহৰিৰ ছবিখনো অনুগ্ৰহ কৰি কমন্সত দিয়ক (ইয়াত আপল'ড কৰোঁতে আপুনি লেখক, উত্‍স একো উল্লেখ কৰা নাই)। অসমীয়া ৱিকিত আৰু আপল'ড নকৰিব প্লিজ! :) ‍‍‍— গীতাৰ্থ বৰদলৈ (talk) 13:30, 20 জুন 2012 (UTC)
ধন্যবাদ। কিন্তু বহৰিৰ ছবিখনো ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা ছবিয়েই হয়। গতিকে সেইখন আঁতৰায়েই দিওঁ নেকি? কাৰণ ছবিখনৰ ইমানবোৰ বিৱৰণ দিব পৰাকৈ মোৰ হাতত নায়েই! বাৰু, নকৰোঁ আৰু :) আচলতে কমন্সত মই নতুন। সেইকাৰণে ভালকৈ বুজি উঠোতে অকমান সময় লাগিব। দুঃখিত! স্যামন্ত কুমাৰ গোস্বামী বার্তা 01:51, 21 জুন 2012 (UTC)
আঁতৰাই দিলেই ভাল। কাৰণ ছবিখনৰ স্বত্বাধিকাৰ আপুনি নহয় বা আপুনি ইয়াৰ স্বত্বৰ বিষয়ে নাজানে। কমন্সৰ স্কাউটে পালেতো ডিলিট কৰিবই। এনেকুৱা ঢেৰ ছবিৰে অসমীয়া ৱিকি ভৰি গৈছে, সেইকাৰণে ৱিকি কৰ্মকৰ্তাসকলে আপত্তি কৰিছে। — গীতাৰ্থ বৰদলৈ (talk) 05:54, 21 জুন 2012 (UTC)

পুৰস্কাৰ[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ম‍ই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।

বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:06, 8 জুলাই 2012 (UTC))


বহুত ধন্যবাদ। - স্যামন্ত কুমাৰ গোস্বামী বার্তা 15:22, 8 জুলাই 2012 (UTC)

আপুনি কমন্সত আপল'ড কৰা মোহন ভাৱৰীয়াৰ ছবিখনত কপিৰাইট তথ্য দিয়া নাই। ছবিৰ ক্ষেত্ৰত প্ৰকাশৰ ষাঠী বছৰ পিছতহে কপিৰাইট নোহোৱা হয়। সেই হিচাপে ছবিখন চালে সেইখন কপিৰাইট মুক্ত যেন নালাগে। সেইখন কমন্সত তেওঁলোকে ডিলিট কৰি দিব। ম‍‍‍ই বাৰু পিছত "ভাল ব্যৱহাৰ" নীতিৰ আধাৰত ছবিখন অস ৱিকিতে আপল'ড কৰি থ'ম। — গীতাৰ্থ বৰদলৈ (talk) 04:57, 21 জানুৱাৰী 2013 (UTC)

বাৰু, ঠিক আছে। ধন্যবাদ! এইবোৰৰ ইমান আও-ভাও নাপাওঁ মই। - স্যামন্ত কুমাৰ গোস্বামী বার্তা 08:33, 21 জানুৱাৰী 2013 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Syamanta,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.