সদস্য বাৰ্তা:Kaushik Das

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

--অম্লান জ্যো ব 17:21, 27 জানুৱাৰী 2012 (UTC)

ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প[সম্পাদনা কৰক]

কৌশিক এইখন চাবিচোন, যোগদান কৰিবি, লগতে কিবা সাল-সলনি কৰিব লগা হ’লেও কৰিবি | ৱিকিপিডিয়া:ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প
দীপাংকৰ চেতিয়া বাৰ্তা 19:06, 7 ফেব্ৰুৱাৰী 2012 (UTC)

পুৰস্কাৰ[সম্পাদনা কৰক]

Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ ধন্যবাদ হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:32, 14 ফেব্ৰুৱাৰী 2012 (UTC)

উপহাৰ[সম্পাদনা কৰক]

Working Man's Barnstar.png The Working Wikipedian's Barnstar
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

অসমীয়া খাদ্যত ব্যৱহৃত শাক পাচলিসমূহৰ ছবি[সম্পাদনা কৰক]

ৰঙা খুটৰা/হাঁহঠেঙীয়া আৰু ব্ৰাহ্মী শাকৰ পাত দেখিবলৈ প্রায় একে যদিও গা-গছৰ ৰং আৰু পাতৰ ৰঙৰ অলপ পাৰ্থক্য আছে ৷ ব্রাহ্মী শাক আপল'ড কৰা হ'ল । মন কৰিবচোন ৷ মৌচুমী (talk)

ধন্যবাদ ৷ আপল'ড কৰিবচোন ৷ মৌচুমী (talk)

বঢ়িয়া ! মৌচুমী (talk)