সদস্য:Dr.gcphukon/উচ্চ ৰক্তচাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উচ্ছৰক্তচাপ বৰ্ত্তমান সময়ত এটা সঘনাই উচ্ছাৰিত শব্দ। ৰক্তচলাচলৰ ফলতধমনীত যি চাপৰ সৃষ্টি কৰে তাকে ৰক্তচাপ বোলা হয়। ধমনিৰ ভিতৰ ফালে গেদ জমা হোৱাৰ ফলত ইয়াৰ আভ্যন্তৰিন আকাৰ সৰু হৈ পৰে। ইয়াৰ ফলত ৰক্ত পৰিবহনৰ সময়্ত ধমনীত অধিক চাপৰ সৃষ্টি হয়। ইয়াকে উচ্চ ৰক্তচাপ বোলা হয়। উচ্চ ৰক্ত্চাপে হৃদয়ৰ কামৰ বোজা বৃদ্ধি কৰে।