সদস্য:Gitartha.bordoloi/sandbox/help

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সহায়
  • আপোনাৰ প্ৰয়োজন হোৱা বিষয়টো ওপৰৰ “সন্ধান বাকচ”টোত (Input box) লিখি সন্ধান (search) কৰিব পাৰে।
  • নতুন সদস্যই একাউণ্ট (account) খুলিবলৈ ইয়াত ক্লিক কৰক
  • ইতিমধ্যেই অসমীয়া ৱিকিপিডিয়াত একাউণ্ট থকাসকলে প্ৰৱেশ (log in) কৰিবলৈ ইয়াত ক্লিক কৰক
  • যদি হাতে-কামে পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ বিচাৰিছে, তেন্তে ইয়াত (Sandbox/পৰীক্ষাগাৰ) ক্লিক কৰক
  • ৱিকিপিডিয়াত লিখিবলৈ ইচ্ছুক? সহায়ৰ বাবে ইয়াত ক্লিক কৰক
  • কোনো নিৰ্দিষ্ট বিষয়তহে লিখিব? তেন্তে ৱিকিপ্ৰকল্পসমূহ আছে। ৱিকিপ্ৰকল্প (wikiproject(ইং)) হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰাৰ ওপৰত মনোনিৱেশ কৰে। আপোনাৰ প্ৰকল্পটো নাই যদি এই পৃষ্ঠাত তালিকাভুক্ত কৰি এখন ৱিকিপ্ৰকল্প পৃষ্ঠা খুলি লওক আৰু সমভাবাপন্ন সম্পাদক/লিখক সকলক আমন্ত্ৰণ কৰি সেই প্ৰকল্প (project) আৰম্ভ কৰি দিয়ক।
  • অনলাইন সহায়ো (IRC chat) আছে। কেনেকৈ পাব জানিবলৈ ইয়াত ক্লিক কৰক
  • ভাৰতীয় ৱিকি সমাজ