সমললৈ যাওক

সদস্য:Imshasan

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Email:- salamathasan984@gmail.com

ছালামত হাছান (ইংৰাজী SALAMAT HASAN)

জন্ম ২২ আগষ্ট ঢেঁকীয়াজুলী তেজপুৰ অসম

অসমৰ শোণিতপুৰৰ ছালামত হাছানে (জন্ম ২২-০৮-২০০৫) পাঁচটা ভিন্ন ঘনক প্ৰহেলিকা অৰ্থাৎ এটা ৩×৩ ৰুবিক কিউব, দুটা ২×২ ৰুবিক কিউব, এটা ডিনো কিউব আৰু এটা পিৰামিড কিউব ২ মিনিট ৯ ছেকেণ্ডৰ প্ৰতিযোগিতামূলক সময়ত দ্ৰুততম সমাধানৰ ক্ষেত্ৰত নতুন ৰাজ্যিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০২৪ চনৰ ৭ আগষ্টত তেওঁ নিজৰ বাসগৃহত এই অভিলেখ গঢ়িছিল

ছালামত হাছান
জন্ম ২২ আগষ্ট ২০০৫
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰ্ম ইছলাম