সদস্য:Migom kaman

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আজিৰ জীৱনৰ মানৱতা -_-_-_-_-_-_-_-_-_-_-_-_-_-_ আগতে মই সৰু হৈ থকা অৱস্থাত স্কুল যাব ভয় কৰিছিলো। কিন্তু এতিয়া পৃথিৱী ঘুৰিছো।

আগতে প্ৰথম স্থান লাভ কৰিবলৈ পঢ়িছিলে। কিন্তু এতিয়া টকা পইচাৰ কাৰণে পঢ়ে।

দুখীয়া মানুহ বিলাকে খাবলৈ নোপোৱাৰ কাৰণে দুৰলৈ যায়। কিন্তু ধনী মানুহ বিলাকে সজম কৰিবলৈ দুৰলৈ যায়।

কাৰোবাৰ লগত এমুঠি ভাত খাবলৈ নাই। কিন্তু কাৰোবাৰ লগত এমুঠি ভাত খাবলৈ সময় নাই।

কাৰোবাৰ দুখ হোৱাৰ বাবে বেমাৰ হৈছে। কিন্তু কাৰোবাৰ বেমাৰ হোৱাৰ বাবে দুখ হৈছে।

কোনোবাই এমুঠি ভাতৰ কাৰণে জীৱন এৰি দিছে। কিন্তু কোনোবাই নিজৰ প্ৰিয়জনৰ কাৰণে জীৱন এৰি দিছে।

সেইখন পৃথিৱীৰ লিলা মায়া বুজিব নোৱাৰি।

অলপ সময় পালে ভাবি চাবি।

আগতে অলপ শৰীৰত দুখ লাগিলে কান্দিছিলোঁ। কিন্তু আজি অন্তৰত দুখ লাগিলেও নিজকে চম্ভালে।

আগতে আমি লগ লগৰীয়াৰ মাজত হাঁহি ধেমালিৰ মাজত দিন পাৰ কৰিছিলো। কিন্তু,, আজি লগ লগৰীয়াক মনত পৰি থাকিবলগীয়া হৈছে।

আগতে বন্ধু বান্ধৱীৰ লগত হায় কাজিয়া কৰিও মিলি আছিলোঁ। কিন্তু,,, আজি বন্দু বান্ধৱীৰ লগত এবাৰ কাজিয়া কৰিলে জীৱনৰ কাৰণে সম্বন্ধীয় সমাপ্ত হৈ পৰে। সচাঁকৈ জীৱনত বহুত কিছু শিকাই দিলে। গমকে নাপালো মই কেতিয়া ডাঙৰ হল।

                  • মিগম কামান********

ভাল লাগিলে চেয়াৰ কৰিব আৰু কমেন্ট কৰিব বুলি আশা ৰাখিলোঁ।...... Mising Migom kaman......

ধন্যবাদ পঢ়াৰ বাবে[সম্পাদনা কৰক]