সদস্য:Nitish Kumar Duwarah

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ। মই নীতিশ কুমাৰ দুৱৰা (নিকু)। নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ এজন ছাত্ৰ। বিষয়ঃ ৰাজনীতি বিজ্ঞান। অভিৰুচিঃ তৰ্ক, প্ৰবন্ধ লিখন আৰু অনুবাদ। মেইল ঠিকনাঃ nkd279359@gmail.com, ব্লগচাইটঃ www.nikucreativia.blogspot.com

Niku_Duwarah.jpg

মোৰ বিষয়ে কিছু কথা-

  1. ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হোৱাৰ বাবে মোৰ প্ৰিয় অধ্যয়নৰ বিষয়সমূহ হৈছেঃ ৰাজনৈতিক সাহিত্য, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, ৰাজনৈতিক তত্ব আৰু ইয়াৰ গতিধাৰা, নাৰীবাদ আৰু লিংগ অধ্যয়ন আদি।
  2. মই প্ৰৱন্ধ লিখোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোত্সৱৰ ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ প্ৰৱন্ধকাৰৰ সন্মান লাভ কৰোঁ। বিভিন্ন আলোচনী আৰু বাতৰি কাকতত মোৰ প্ৰৱন্ধ আৰু সমালোচনা প্ৰকাশ পাইছে।
  3. মই তৰ্ক কৰোঁ। ই মোৰ নিচা। প্ৰায় ১৭ খন তৰ্ক প্ৰতিযোগিতাত পুৰষ্কাৰ লাভ কৰিছোঁ। অৱশ্যে আজিকালি তৰ্কৰ জগতখনৰ পৰা অব্যাহতি ল'লো।
  4. সকলোতকৈ ওপৰত মই এজন হাড়ে-হিমজুয়ে অসমীয়া।