সদস্য:PUB-BARALA

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্ৰীমদভগবদগীতা

মুখ্য সাধন --- তুমি একমাত্ৰ মোতেই চিত্ত ৰাখা,মোকেই ভক্তি কৰা,মোকে পূজা কৰা, মোকে নমস্কাৰ কৰা; মই(পৰমেশ্বৰ শ্ৰীকৃষ্ণই) সত্য প্ৰতিজ্ঞা কৰি কৈছোঁ, তুমি মোকেই পাবা কিয়নো তুমি মোৰ প্ৰিয়।।18/65

সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি কেৱল মোৰেই শৰণাগত হোৱা। মই তোমাক সমস্ত পাপৰ পৰা মুুক্ত কৰিম, শোক নকৰিবা।।18/66 স