সদস্য:Psneog/ব্যঞ্জন বৰ্ণ
অৱয়ব
মন কৰিব: তলৰ ব্যঞ্জনবৰ্ণৰ উচ্চাৰণৰ তালিকাখন ইংৰাজী ৱিকিপিডিয়াৰ "দেৱনাগৰী"ৰ পৰা অনুবাদ কৰি দিয়া হৈছে। গতিকে অনুগ্ৰহ কৰি কোনো বিশেষজ্ঞই পৰীক্ষা নকৰালৈকে এই টোকাটো ইয়াতে থাকিবলৈ দিয়ক। যদি আপুনি সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞ হয়, আৰু তালিকাখন শুদ্ধ হয়, তেন্তে প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত এটা টোকা দি এইটো আঁতৰাই দিব পাৰে। |
IAST:sparśa (স্পৰ্শ বৰ্ণ) |
IAST:anunāsika (অনুনাসিক বৰ্ণ) |
IAST:antastha (অন্ত্যস্থ বৰ্ণ) |
IAST:ūṣma/saṃghashrī (উষ্ম বৰ্ণ) | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ঘোষ → | IAST:aghoṣa/অঘোষ | ghoṣa/ঘোষ | aghoṣa/ঘোষ | ghoṣa/অঘোষ | ||||||||||||
প্ৰাণ → | alpaprāṇa/অল্পপ্ৰাণ | mahāprāṇa/মহাপ্ৰাণ | alpaprāṇa/অল্পপ্ৰাণ | mahāprāṇa/মহাপ্ৰাণ | alpaprāṇa/অল্পপ্ৰাণ | mahāprāṇa/মহাপ্ৰাণ | ||||||||||
kaṇṭhya (কণ্ঠ্য) |
ক | ka /k/ |
খ | kha /kʰ/ |
গ | ga /ɡ/ |
ঘ | gha /ɡʱ/ |
ঙ | ṅa /ŋ/ |
হ | ha /ɦ/ | ||||
tālavya (তালব্য) |
চ | ca /c, t͡ʃ/ |
ছ | cha /cʰ, t͡ʃʰ/ |
জ | ja /ɟ, d͡ʒ/ |
ঝ | jha /ɟʱ, d͡ʒʱ/ |
ঞ | ña /ɲ/ |
য় | ya /j/ |
শ | śa /ɕ, ʃ/ |
||
mūrdhanya (মূৰ্ধন্য) |
ট | ṭa /ʈ/ |
ঠ | ṭha /ʈʰ/ |
ড | ḍa /ɖ/ |
ঢ | ḍha /ɖʱ/ |
ণ | ṇa /ɳ/ |
ৰ | ra /r/ |
ষ | ṣa /ʂ/ | ||
dantya (দন্ত্য) |
ত | ta /t̪/ |
থ | tha /t̪ʰ/ |
দ | da /d̪/ |
ধ | dha /d̪ʱ/ |
ন | na /n/ |
ল | la /l/ |
স | sa /s/ | ||
oṣṭhya (ওষ্ঠ্য) |
প | pa /p/ |
ফ | pha /pʰ/ |
ব | ba /b/ |
ভ | bha /bʱ/ |
ম | ma /m/ |
ৱ | va /ʋ/ |