সমললৈ যাওক

সদস্য:Psneog:চমু সহায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৃষ্ঠাৰ যি কোনো স্থানতে এই কমাণ্ডবোৰ ব্যৱহাৰ কৰিব পাৰিব। বিশেষ সন্দেহ থাকিলে এই পৃষ্ঠাৰেই উৎস চাই ল'ব। মাত্র পৃষ্ঠাখন সলনি নকৰিব।
আপোনাৰ উদ্দেশ্য পৃষ্ঠাত কি লিখিব দেখিবলৈ কেনে হ'ব উদাহৰণ
হেলনীয়া আখৰ (italics) কেনেকৈ লিখিব এনেকৈ দুফালে দুটা দুটাকৈ single quote দি ''হেলনীয়া'' বুলি লিখিব হেলনীয়া (italics) মোহনদাস কৰমচাঁদ গান্ধীক ভাৰতত মহাত্মা গান্ধী বুলি কোৱা হয়।
গাঢ় পাঠ্য (bold letters) কেনেকৈ লিখিব দুফালে তিনি তিনিটাকৈ single quote দি '''গাঢ় পাঠ্য''' বুলি লিখিব গাঢ় পাঠ্য (bold letters) মোহনদাস কৰমচাঁদ গান্ধীক ভাৰতত মহাত্মা গান্ধী বুলি কোৱা হয়।
cell 1 cell 2 cell 3 cell 4