সদস্য:SAPUN BHAIRAB DEHA

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰেম সন্যাসী

সপোন. ভৈৰৱ. ২২/10/2019 উপহাৰ সুনম. লাহনলৈ

তোমাৰ কন কন অভিমানত সপোন দেখিছিলো জীয়াই থকা সপোন আমাৰ বাবে নালাগে ডাঙৰ ডাঙৰ অট্তালিকা এটা সৰু প্ৰঁজাতে জীৱনৰ আদিপাঠ মেলিম সপোন বোৰ বাস্তৱ কৰিম

কিন্তু?????????? সপোনবোৰ দেখোন নস্যাৎ. মোৰেই ভুল আছিল নেকী? সপোন সাগৰত উটি ভাঁহি প্ৰেমৰ উদ্ধাটোৰে উজতি খাই তোমাক আলিংগন. কৰিৱ খোজাটো. বা: তুমি সচায় মহান. প্ৰেমৰ অভিনয় কৰিৱ জনা এজন প্ৰখ্যাত অভিনেতা আৰু. মই. নিৰৱ দৰ্শক

মোৰ প্ৰেমক তুমি হত্যা কৰিছা. ৰঙীন সপোন বোৰ ভৰিৰে মোহাৰী পেলালা জীয়াই থকা বাসনা কিয় কাঢ়ি নিলা ??? দুচকুৱে দুধাৰী বৰকৈ আমনি কৰিছে জানা.

সান্তনা সত্তাও নিৰ্লজ্জ আজি তথাপিওঁ হাঁহিৱ শিকিছো কিজানিৱা মৰহাফুলৰ

পাপৰিত জীপাল হয় আশাৰ কাৰেং.

তোমাৰ কন কন অভিমানত দেখা সপোনবোৰ তোমাকলৈ জীয়াই থকা বাসনা বোৰ আজি এটা ডাঙৰ অভিশাপ যি. অভিশাপত মই. প্ৰেম সন্যাসী. আৰু সেই অভিশাপত তই. এদিন ভষ্ম হবি

সমাপ্তৰ