সদস্য:Saurabhsaha/পদক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক
১৫০+ প্ৰবন্ধ যোগ দি অসমীয়া ৱিকিপিডিয়া সমৃদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদকটো আগবঢ়াইছোঁ। আশাকৰোঁ আপুনি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ ৰ’বা।
প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত সম্পাদকৰূপে শেহতীয়াকৈ আপুনি আগবঢ়োৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই পদক আগবঢ়ালোঁ। আশা কৰোঁ, একেই উৎসাহেৰে আপুনি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। ধন্যবাদেৰে -Chandan Chiring Phukon Chat 07:00, 25 March 2023 (ইউ.টি.চি.)
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ