সদস্য:Shankar Sen/ফাল্গুনী ৰায়
অৱয়ব
ফাল্গুনী ৰায় বাংলা ভাষাত হাংৰি আন্দোলনৰ কিংবদন্তী কবি। ১৯৪৫ চনৰ ৭ জুন তাৰিখে কলিকতাৰ বৰাহনগৰত তেওঁৰ জন্ম হয়। ১৯৮১ চনৰ ৩১ মে'ত তেওঁৰ মৃত্যু ঘটে ।
সাহিত্যকৃতি
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- হাওয়া ৪৯ ফালগুনী ৰায় সংখ্যা। সম্পাদক সমীৰ ৰায়চৌধুৰী।