সদস্য বাৰ্তা:খ্ৰীংপূ জোনাৰাম সোনোৱাল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অভয়পুৰ গাঁও খনৰ ইতিহাস (বৰদলনি অঞ্চলৰ)[সম্পাদনা কৰক]

https://w.wiki/79pV খ্ৰীংপূ জোনাৰাম সোনোৱাল (বাৰ্তা) 08:01, 23 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

জিলাৰ নাম দিলে ভাল হ'ব নেকি বাৰু খ্ৰীংপূ জোনাৰাম সোনোৱাল (বাৰ্তা) 08:03, 23 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@খ্ৰীংপূ জোনাৰাম সোনোৱাল অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছোঁ। আপুনি সৃষ্টি কৰা পৃষ্ঠাটোৰ বাবে আপুনি নিৰ্ভৰযোগ্য উৎস দিব লাগিব। আপুনি ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা পঢ়ি চাব পাৰে। আপুনি যিকোনো বিশ্বাসযোগ্য কিতাপ বা বাতৰি কাকত উৎস হিচাপে দিব পাৰে। লগতে নিয়ম অনুসৰি প্ৰবন্ধটোৰ নাম অভয়পুৰ গাঁও দি তাৰ ইতিহাস অংশত ইতিহাসৰ বিষয়ে লিখিব পাৰিব। যিকোনো সহায়ৰ বাবে মোৰ আলোচনা পৃষ্ঠাত কথা পাতিব পাৰিব। KZ 08:14, 23 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ খ্ৰীংপূ জোনাৰাম সোনোৱাল (বাৰ্তা) 08:19, 23 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]