সদস্য বাৰ্তা:ড° ৰবীন জামান
নমস্কাৰ, ড° ৰবীন জামান
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
ধন্যবাদ
[সম্পাদনা কৰক]আপোনাৰ উৎসাহ দেখি অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ ফালৰ পৰা গৌৰৱ অনুভৱ কৰিছোঁ। এই উৎসাহেৰে আগলৈয়ো কাম কৰি যাব বুলি আমি আশাবাদী। Nayan j Nath (talk) 19:06, 10 April 2020 (ইউ.টি.চি.)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]আপোনাৰ "ৰমেশ পাঠক" শীৰ্ষক প্ৰবন্ধটো ভাল হৈছে। বোধহয় আপুনি তথ্যসূত্ৰ দিওঁতে অলপ অসুবিধা পাইছে। ৱিকিৰ প্ৰবন্ধসমূহ বিশ্বাসযোগ্য কৰিবলৈ প্ৰতিটো দফাতে এক বা একাধিক তথাসূত্ৰ দিয়া আৱশ্যক। একেটা তথ্যসূত্ৰ বিভিন্ন দফাতো দিব পৰা যায়। মন কৰিব, তথ্যসূত্ৰ দিওঁতে কেবল গ্ৰন্থখনৰ নাম দিলেই নহয়। কোনটো প্ৰবন্ধৰ পৰা তথ্যসূত্ৰ দিছে, প্ৰবন্ধটো কোনটো পৃষ্ঠাত আছে, গ্ৰন্থখন কোনে, কেতিয়া, ক'ৰপৰা প্ৰকাশ কৰিছে, আটাইবোৰ তথ্য উল্লেখ থাকিলে ভাল। তথ্যসূত্ৰ দিওঁতে আপুনি সম্পাদনা পৃষ্ঠাৰ তলৰ ফালে থকা Prove-It সঁজুলিটো ব্যৱহাৰ কৰিব পাৰে। সহায়ৰ প্ৰয়োজন হ'লে মোলৈ babulbaishya69@gmail.com ঠিকনাত মেইলো কৰিব পাৰিব। বাবুল বৈশ্য (talk) 05:06, 14 April 2020 (ইউ.টি.চি.)
ৱিকি উদ্যোগীৰ পদক | ||
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াক আগবঢ়াই নিবলৈ আপুনি কৰা নেৰানেপেৰা প্ৰচেষ্টাৰ বাবে আপোনালৈ এই পদক অৰ্পন কৰা হ'ল। |
প্ৰতিভাবান ন-সম্পাদকৰ পদক
[সম্পাদনা কৰক]-Nayan j Nath (talk) 03:25, 18 April 2020 (ইউ.টি.চি.)