সমললৈ যাওক

সদস্য বাৰ্তা:নিতুপন চুতীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু শইকীয়া 08:45, 3 নৱেম্বৰ 2014 (UTC)


ৱিকিপিডিয়া জগতখনৰ সকলো ব্যৱহাৰকাৰী ও সদস্যলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ ৷ আপোনালোক সকলোৰে সতে পোহৰৰ যাত্ৰাত এখোজ দিয়াৰ মানসেৰে আজি ইং ২০১৪ চনৰ ২২ ডিচেম্বৰ তাৰিখে মই নিতুপন চুতীয়া ৱিকিপিডিয়াৰ সদস্যভুক্ত হৈছো ৷

আপোনাক আমাৰ মাজত পাই পাই ভাল পালোঁ। আহক, কামত লাগি যাওক।
ৱিকিপিডিয়ালৈ অৱদানৰ এটা সহজ পথ হৈছে ইংৰাজী ৱিকিৰ পৰা অনুবাদ কৰা। গোটেই প্ৰবন্ধটো নকৰি মাত্ৰ প্ৰস্তাৱনা খিনি (প্ৰথম পেৰাটো) অনুবাদ কৰি থ'লেও অনেক হয়। দৰকাৰ হ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে - ৯৯৫৪৭১৩১৭০।
প্রভাকৰ শৰ্মা নেওগ (talk) 05:39, 24 ডিচেম্বৰ 2014 (UTC)

নিতুপন চুতীয়াৰ সৈতে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক