সমললৈ যাওক

সদস্য বাৰ্তা:ভূৱন বিশ্বাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 3 বছৰৰ পূৰ্বে by ভূৱন বিশ্বাস in topic গোবিন্দপুৰ গাঁও (লালুক)

AdoroniBot (বাৰ্তা) 06:43, 6 April 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

গোবিন্দপুৰ গাঁও (লালুক)

[সম্পাদনা কৰক]

গোবিন্দপুৰ গাঁও লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত এখন সৰু গাওঁ। এই গাঁও খনৰ মাজেৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে। গোবিন্দপুৰ গাঁৱৰ চাৰি সীমাত থকা অঞ্চল সমূহ হ'ল পূৱে লালুক চেণ্টাৰ; পশিমে হাৰমতি, টুনিজান, ওৱাহাট চাহ বাগান; উত্তৰে পশ্চিম লালুক অঞ্চল, ৰেল ৰাস্তা; দক্ষিণত ওৱাহাট গাঁও, আম্পৰা সমীপত ঠাই, চাহ ফেক্টোৰী। এই গাওঁ খনত ধাৰ্মিক ক্ষেত্ৰত এটা আঞ্চলিক নামঘৰৰ সৈতে মুঠ তিনিটা নামঘৰ আছে আৰু এটা শিৱ মন্দিৰ আছে এই সমূহ গাঁওখনৰ পূৱপিনে আছে; উল্লেখিত যে পুৰণি নামঘৰৰ প্ৰাঙ্গণত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পতা হয় (ৰঙালী বিহু, ভোগালী বিহু অনুষ্ঠান, শিৱ ৰাত্ৰি ইত্যাদি)। গাঁওখনৰ পশ্চিম পিনে এটা হৰিমন্দিৰ আছে ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান-উৎসৱ-পাৰ্বন (ৰাস পূজা, অখণ্ড হৰীনাম সংকীৰ্ত্তন, দুৰ্গাপূজা, চড়ক পূজা, কালি পূজা ইত্যাদি) পতা হয়। গাওঁখনত শৈক্ষিক ক্ষেত্ৰত এটা অংগণবাড়ী কেন্দ্ৰ, এটা এল.পি. স্কুল (৭৪৭ নং গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়) আৰু এটা এম.ঈ. স্কুল আছে। ভূল থাকিলে শুধৰাই দিব, ধন্যবাদ। ভূৱন বিশ্বাস (বাৰ্তা) 18:06, 27 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক