সদস্য বাৰ্তা:মফিজুল হক ভূঞা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

" নূপূৰ "‌‍। ‍ সময়ৰ ঢৌৱে ভালপোৱাৰ বতাহ বলাই , বাঢ়ি আহে সুখৰ নদী। ‍‍ ‍ অজান মনত জাগে অজুত আশা।‍ ‍ সোঁতে সোঁতে সাঁতোৰাৰ বাসনা, ‍ ‍ তেজৰ লিহিৰি গতিত। ‍ মাজ নিশা সাৰে থাকে সপোন, ‍ স্বপ্নবিভোৰ দুটি মন, ‍ ঘড়ীৰ কাটাই সংকেত দিয়ে ভালপোৱাই সলালে ৰং। ‍ উশাহত ভাহিছে সূখ মোৰ কলিজাত উজ্বলিছে তুমাৰ মুখ । তেজৰ সোঁতত শব্দ গুণগুণ কাণপাতি শুনি বুজিলো , ‌‌‍‍‌‌ ‍ মোৰ মনত এতিয়া বাজি আছে ভালপোৱাৰ নূপূৰ । ‍ ৰুণজুণ-ৰুণজুণ ।। ‍ ‍ ✍️ অঞ্জলী তালুকদাৰ। ‍ ‍ গাওঁ- পিজুপাৰা। ‍ ডাক-ঘৰ - নগৰবেৰা। ‍ আৰক্ষী চকী-নগৰবেৰা। ‍ জিলা-কামৰূপ। ‍ ডাক সুচনাংক- ৭৮১১২৭. ‍ মহাবিদ্যালয়- বিমলা প্ৰসাদ ‍‌চলিহা, নগৰবেৰা। ‍ শ্ৰেণী- স্নাতক মহলাৰ তৃতীয় ষান্মাসিক। মফিজুল হক ভূঞা (বাৰ্তা) 14:39, 9 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বোমা_বিস্ফোৰণ[সম্পাদনা কৰক]

বোমা_বিস্ফোৰণ

ছত্তিশগড়ত আজি এক বোমা বিস্ফোৰণত কেবাজনো চিআৰপিএফৰ জোৱান আহত হয় ।

আহত চিআৰপিএফ জোৱান কেইজনৰ ভিতৰত অসমৰো এজন যুৱক আছিল।

যুৱক তথা চিআৰপিএফ জোৱানজনৰ ঘৰ বৰপেটা জিলাৰ কঠলিঝাৰ গাঁৱৰ ছানিদুল ইছলাম ।

সপ্ৰতি জোৱানজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।

অসম সন্তানজনৰ লগতে আন আহত চিআৰপিএফ জোৱানকেইজনৰ আশু আৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়ে । মফিজুল হক ভূঞা (বাৰ্তা) 01:36, 1 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]