সদস্য বাৰ্তা:মাধৱ দাস
নমস্কাৰ, মাধৱ দাস
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
অসাৰ কথা
[সম্পাদনা কৰক]ভকতিবিহীন পণ্ডিতৰ কথাত সাৰ নাথাকে, তেনে পণ্ডিতৰ কথা নুশুনাই ভাল ৷ গুৰু নিন্দা মহা অপৰাধ, তেনেলোকক ঈশ্বৰে কেতিয়াও মাপ নকৰে ৷ যিজনে গুৰুক নিন্দা কৰে, সেই জনে ঈশ্বৰকে নিন্দা কৰে আৰু ঈশ্বৰৰ পৰা আতৰি যায় ৷ সূৰ্যই সকলোকে পোহৰ দিয়ে, কিন্তু পোহৰ কেৱল পৃথিৱীতহে প্ৰকাশিত হয় ৷ ঠিক একেদৰে ঈশ্বৰ সকলোৱে অন্তৰত আছে, কিন্তু সকলোৱে বিশ্বাস নকৰে ৷ কাৰণ সকলোৱে অন্তৰত ভকতি নাথাকে আৰু ভকতি অবিহনে ঈশ্বৰৰ বিশ্বাস নহয় ৷ ঈশ্বৰক বিশ্বাস নকৰাসকলেহে গুৰু নিন্দা কৰে ৷ তেনেলোকৰ কথাত কাণ নিদিয়াই ভাল ৷ মাধৱ দাস (talk) 17:05, 25 July 2018 (ইউ.টি.চি.)