সদস্য বাৰ্তা:সুস্মিতা বৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰৱন্ধ[সম্পাদনা কৰক]

আপুনি "নিচুকনি গীত" প্ৰৱন্ধটো ভুল ঠাইত সাঁচি থৈছিল | "সুস্মিতা বৰা-আলোচনা পৃষ্ঠা"টো আপোনালৈ আনে বাৰ্তা দিবলৈহে ব্যৱ্হাৰ কৰা হয় | নতুন প্ৰৱন্ধ সৃষ্টি কৰাৰ নিয়মৰ বিষয়ে অনুগ্ৰহ কৰি ফে’চবুকৰ ৱিকিপিডিয়া গোটটোৰ Doc চাওক | Gitartha.bordoloi ১৯:০২, ১৪ আগষ্ট ২০১১ (UTC)

অনুগ্ৰহ কৰি আপোনাৰ আলোচনা পৃষ্ঠাত কোনো প্ৰৱন্ধ নথব | Gitartha.bordoloi ০৭:১০, ১৭ আগষ্ট ২০১১ (UTC)

Infoboxৰ ব্যবহাৰ[সম্পাদনা কৰক]

ৱিকিপিডিয়ালৈ কৰা আপোনাৰ অবদানৰ বাবে অশেষ ধন্যবাদ। অনুগ্ৰহ কৰি পৃষ্ঠাসমূহত infobox সংযোগ কৰিবলে চেষ্টা কৰিব। Infobox সংযোগ কৰিলে পৃষ্ঠাখন দেখাত শুৱনী হয়। লগতে অলপ higher resolutionৰ চিত্ৰ upload কৰিলে ভাল হয়। Simbu123 ১৮:২১, ১৯ আগষ্ট ২০১১ (UTC)

তথ্য সম্ভাৰৰ প্ৰয়োগ[সম্পাদনা কৰক]

তথ্য সম্ভাৰৰ বাবে, গ্ৰন্থ হ'লে, গ্ৰন্থৰ নাম, লেখকৰ নাম, প্ৰকাশকৰ নাম, চন, সংস্কৰণ আদি দিবলৈ চেষ্টা কৰিব। আনহাতে কোনো আলোচনীৰ প্ৰবন্ধ হ'লে, কোন চনৰ, কোন মাহৰ সংস্কৰণ, লেখকৰ নাম আৰু পৃষ্ঠা সংখ্যা দিবলৈ যত্ন কৰিব। তথ্য সম্ভাৰৰ মূল অৰ্থ হৈছে, কোনোবাই বিচাৰিলে যাতে সহজে পাব পাৰে, তেনেকৈ থোৱা। গতিকে যিমান পাৰে, pin point কৰি দিবলৈ চেষ্টা কৰিব। -উদ্দীপ তালুকদাৰ (মই আকৌ password পাহৰিলো!)

উদাহৰণ স্বৰূপে:

  • লেখক, গ্ৰন্থ, প্ৰকাশক, সংস্কৰণ, চন, ISBN নং (যদি আছে)
  • লেখক, প্ৰবন্ধৰ নাম, আলোচনীত প্ৰকাশিত, volume (বছৰ), issue number (মাহ / পষেক), পৃ. xx-yy, ISSN নং (যদি আছে)

আলোচনীখনৰ ৱিকিপিডিয়াৰ লিংক দিয়াৰ প্ৰয়োজন নাই। কাৰণ সেইটো প্ৰবন্ধত আপুনি দিয়াৰ তথ্য চাবলৈ উপায় নাই। যদি আলোচনী খনৰ ৱেব সংস্কৰণ আছে, তাৰে প্ৰবন্ধটোলৈ লিংক দিব পাৰে। উদাহৰণ স্বৰূপে:

  • লেখক, প্ৰবন্ধৰ নাম, আলোচনীত প্ৰকাশিত, volume (বছৰ), issue number (মাহ), পৃ. xx-yy, ISSN নং (যদি আছে) [[1]]

Hi Susmita, I have noticed that you are using "Infobox writer" in pages such as আপং, পুতলা নাচ, খেৰাই etc. But these pages are not about writers. So please use proper infobox for proper article. You can add images without using infobox. just follow the syntex-
[[Image:filename.jpg|thumb|right|caption]] or just
[[Image:Filename.jpg]]
অম্লান ১২:১২, ৫ অক্টোবৰ ২০১১ (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1[সম্পাদনা কৰক]

আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 20:07, 22 জানুৱাৰী 2012 (UTC)


Please stay with us as long as you can. We need you. বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:28, 25 মাৰ্চ 2012 (UTC)

আপুনি বাৰু এই গছজোপা বুজাইছে নেকি? http://en.wikipedia.org/wiki/Peperomia_pellucida http://species.wikimedia.org/wiki/Peperomia

প্রভাকৰ শৰ্মা নেওগ (talk) 05:48, 31 মাৰ্চ 2012 (UTC)

আলোকচিত্ৰৰ কপিৰাইট[সম্পাদনা কৰক]

ফটো আপলোড কৰোতে আপুনি, উপযুক্ত অনুজ্ঞাপত্ৰ খন ব্যৱহাৰ কৰি দিব, কৰাতো বৰ সহজ, আপলোড কৰোতে চাবচোন তলৰ ফালে অনুজ্ঞাপত্ৰ: বুলি এখন ড্ৰপ ডাউন মেনু থাকে তাতে আপুনি বিকল্প বোৰ পাব, তাৰ পৰা মাত্ৰ উপযুক্ত বিকল্প টো বাচি দিব, তাৰ পাছত আপলোড কৰিব পাৰিব, ঊদাহৰণ স্বৰূপে আপোনাৰ "চিত্ৰ:আমৰলি টোপ.jpg" খন কৰোতে আপুনি ড্ৰপ ডাউন মেনু খনৰ পৰা "কপিৰাইট স্বত্তাধিকাৰীয়ে ৱিকিপিডিয়াত ছবিখন ব্যৱহাৰ কৰাৰ অনুমতি দিছে" বুলি থকা অপচনটো বাচি ল’ব পাৰে, কাৰন আপোনাক Djdeep Saikiaই তেনে কৰাৰ অনুমতি দিছে, তেনেদৰে আনবোৰো কৰিব, অসমীয়া ৱিকিত বৰ্তমান ছবি কম কিন্তু লাহে লাহে বাঢ়ি আহিছে, পাছলৈ কপিৰাইট নথকা বা উপযুক্ত তথ্য নথকা ছবি বোৰ মচি পেলোৱা হ’ব পাৰে । আপুনি ৱিকিপিডিয়াত পুনৰ কাম আৰম্ভ কৰা দেখি ভাল লাগিছে। দীপাংকৰ চেতিয়া বাৰ্তা 07:48, 7 এপ্ৰিল 2012 (UTC)

The Teamwork Barnstar[সম্পাদনা কৰক]

The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্দ্ধনা জনালোঁ। আচলতে আপোনাক একেলগে কেইবাটাও পদক দিয়াৰ ইচ্ছা আছিল| আজিহে লক্ষ্য কৰিলো যে আপোনাক পদক দিয়া হোৱাই নাই। বেয়া নাপাই যেন।  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:30, 12 এপ্ৰিল 2012 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় সুস্মিতা বৰা,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.