সদস্য বাৰ্তা:14.139.69.66
বিষয় যোগ কৰকআদৰণি
[সম্পাদনা কৰক]|
|
নমস্কাৰ, অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ বৰঙণিসমূহৰ বাবে অশেষ ধন্যবাদ। মই আশা কৰোঁ যে আপুনি এই ৱেবছাইটটো পছন্দ কৰিছে আৰু ইয়াৰ লগত স্থায়ীভাৱে সংযুক্ত হৈ থাকিব। তলত দিয়া পৃষ্ঠাকেইখন নবাগতসকলৰ বাবে অতিকে উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখনত এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায় ৱিকিপিডিয়াৰ সম্পাদনাৰ নিয়ম নীতি আপুনি ইচ্ছা কৰিলে পঞ্জীভুক্ত নোহোৱাকৈয়ো কাম কৰি যাব পাৰে, কিন্তু বহু সদস্যই আশা কৰে যে আপুনি এটা একাউণ্ট সৃষ্টি কৰক। একাউণ্ট খুলিবৰ বাবে কোনো মাছুলৰ প্ৰয়োজন নাই আৰু কোনো ব্যক্তিগত তথ্যও দিয়াৰ দৰকাৰ নাই। কিন্তু একাউণ্ট খোলাৰ পাছত আপুনি আৰু কিছুমান সুবিধা উপভোগ কৰিব সক্ষম হ’ব, যেনে- চিত্ৰ আপল’ড, অৰ্ধসুৰক্ষিত পৃষ্ঠা সম্পাদনা, স্থানান্তৰ আদি। একাউণ্ট এটা সৃষ্টিৰ পাছত আপুনি লাভ কৰা সুবিধাসমূহৰ বিষয়ে বিতংকৈ চাবৰ বাবে অনুগ্ৰহ কৰি একাউণ্ট কিয় লাগে? পৃষ্ঠাখন পঢ়ক। আনহাতে যদি আপুনি সদস্যনাম অবিহনে সম্পাদনা কাৰ্য অব্যহত ৰাখে তেনে, আপোনাৰ "আইপি ঠিকনা"টোৱেই (14.139.69.66) আপোনাৰ পৰিচিতিৰূপে চিহ্নিত হ’ব। মই আশা কৰোঁ যে আপুনি ৱিকিপিডিয়াত সম্পাদনা কৰি ৱিকিপিডিয়ান হিচাপে নিজকে গৰ্বিত অনুভৱ কৰিব! অনুগ্ৰহ কৰি ৱিকিপিডিয়াৰ আলোচনা পৃষ্ঠাসমূহত ৪ ডাল টাইল্ড চিহ্ন এনেদৰে (~~~~) টাইপ কৰি আপোনাৰ মন্তব্যসমূহৰ তলত স্বাক্ষৰ কৰক, এই চিহ্নকেইডালে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ আইপি ঠিকনা (বা সদস্যনাম, যদিহে লগ্ ইন কৰে) আৰু তাৰিখ যোগ কৰিব। আপোনাক যদি সহায়ৰ প্ৰয়োজন তেনে, ৱিকিপিডিয়া:প্ৰশ্নোত্তৰ শিতানত সন্ধান কৰক, অথবা মোক মোৰ আলোচনা পৃষ্ঠাত আপোনাৰ প্ৰশ্নটো সোধক। ইয়াৰ উপৰিও ফে'চবুকত আমাৰ |
|
বিষ্ণু শইকীয়া⇒✉ 10:38, 1 এপ্ৰিল 2015 (UTC)
এইখন আলোচনা পৃষ্ঠা বেনামী সদস্যৰ বাবে, যিয়ে নিজা একাউণ্ট সৃষ্টি কৰা নাই বা যিয়ে সেই একাউণ্ট ব্যৱহাৰ নকৰে। এতেকে আমি তেখেতসকলক আই-পি ঠিকনাৰে চিনাক্ত কৰিবলৈ বাধ্য। সেই একেই আই-পি ঠিকনা অনেকেই ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এজন বেনামী সদস্য আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাৰ প্ৰতি অপ্ৰাসঙ্গিক মন্তব্য কৰা হৈছে, তেনেহলে আন বেনামী সদস্যৰ পৰা পৃথক কৰিবলৈ এ টাএকাউণ্ট সৃষ্টি কৰক বা প্ৰৱেশ কৰক।
