সদস্য বাৰ্তা:Ajonajona

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

(Bishnu Saikia) বিষ্ণু শইকীয়া 11:38, 30 নভেম্বৰ 2011 (UTC)

টাবু টাইড চাৰক মই যঠেষ্ট ওচৰৰ পৰা পাইছোঁ। DOEACC-ITES প্রজেক্টত কঠিত ইংৰাজী শিক্ষাত ফনেটিক্‌চ আৰু উচ্চাৰণ শিকোৱাৰ ক্ষেত্ৰত চাৰৰ অবদানেৰেই এই প্রজেক্টটোৱে সিংহভাগ সাফল্য লাভ কৰিছিল। প্রচাৰ বিমুখী চাৰক আমি অসমৰ ৰাইজে এতিয়াও আৰু আৰু অনেক সন্মান দিবলৈ বাকী আছে।

চাৰৰ মৰমীয়াল ব্যক্তিত্বৰদ্বাৰা মই অত্যন্ত অনুপ্রাণিত হৈছিলোঁ।

প্রভাকৰ শৰ্মা নেওগ 08:38, 2 ডিচেম্বৰ 2011 (UTC)

শ্ৰেণীত নিলিখিব[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি শ্ৰেণী (Category) সমূহত একো নিলিখিব। আপুনি যদি কোনো নতুন বিষয়ত প্ৰবন্ধ লিখিব বিচাৰিছে, তেন্তে নতুন এখন পৃষ্ঠা তৈয়াৰ কৰি তাত লিখিব। সহায়ৰ বাবে ইয়াত চাওক
--অম্লান জ্যো ব 16:49, 3 ডিচেম্বৰ 2011 (UTC)

ব্যক্তিৰ নাম[সম্পাদনা কৰক]

প্ৰবন্ধ এটাত ব্যক্তিজনৰ নামটো বিভিন্ন ভাষাত নিলিখিলেও হ'ব। কাষত আন্তঃৱিকি সংযোগ থাকে যেতিয়া ইচ্ছুকজনে তাত চালেই হ'ল। Gitartha.bordoloi 17:33, 3 ডিচেম্বৰ 2011 (UTC)

নতুন পৃষ্ঠা[সম্পাদনা কৰক]

আপুনি একাধিক নতুন পৃষ্ঠা ইংৰাজীৰ পৰা তুলি আনিছে, কিন্তু যিহেতু আমাৰ হাতত সক্ৰিয় সদস্য সংখ্যা কম, অনুবাদকাৰীয়ো নোলাব| গতিকে এনেদৰে ইংৰাজী তথ্যবোৰ পৃষ্ঠাসমূহত বেছিদিন থাকিলে বেয়া দেখাব| পাৰিলে এটা এটাকৈ নতুন পৃষ্ঠা সৃষ্টি কৰি অলপ অলপ অনুবাদো লগে লগে কৰি যাওঁক| কিবা অসুবিধা পালে জনাব পাৰে|

(Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 16:36, 10 ডিচেম্বৰ 2011 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Ajonajona,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]