সদস্য বাৰ্তা:Aswini Kumar Boruah
নমস্কাৰ, Aswini Kumar Boruah
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 06:30, 12 December 2023 (ইউ.টি.চি.)
A simple note for information
[সম্পাদনা কৰক]I am 'Aswini Boruah' in short of my full name Aswini Kumar Boruah in my books and articles in news papers etc., which may be recorded and used but not confused. Aswini Kumar Boruah (বাৰ্তা) 08:35, 18 December 2023 (ইউ.টি.চি.)
ইংৰাজী নতুন বছৰ সকলোৰে বাবে শুভময় হওক
[সম্পাদনা কৰক]নতুন বছৰ সকলোৰে বাবে শুভময় হওক Aswini Kumar Boruah (বাৰ্তা) 02:22, 3 January 2024 (ইউ.টি.চি.)
আজি এটা কবিতাৰে জনাইছোঁ আটাইকে মোৰ শুভকামনা
[সম্পাদনা কৰক]সপোনৰ কথা < অব >
কাহিলীপুৱাইআহি��������������������বেলিয়ে সুধিলে বোলে��
যোৱা নিশা কি সপোন দেখিলাঁ ?� মই বোলোঁ আজিকালি সপোনত কিনো আৰু দেখিবাঁ ? দেখোঁ মাথোঁ সদায়েই একোজাক একেলগে উৰিফুৰা �ক'লা বগা পখিলা �<10 jan 2020> 09 01 '24 Aswini Kumar Boruah (বাৰ্তা) 03:34, 9 January 2024 (ইউ.টি.চি.)