সদস্য বাৰ্তা:Bhuyan b

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপেদিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ[সম্পাদনা কৰক]

  • ৱিকিপেদিয়াত সভ্য হোৱাৰ কাৰণে আপোনাক অভিনন্দন জনাইছোঁ।
  • ৱিকিপেদিয়াক আপোনাৰ বহুতো প্রয়োজন আছে। আপুনি আগবাঢ়ি আহি অনুবাদ কৰক বা নিজে প্রৱন্ধ লিখক।
  • আপুনি চাৰিডাল Tilde এনেকুৱাকৈ (~~~~) দি চহী কৰিব পাৰে. কিন্তু চহীটো আপুনি কেৱল আলোচনা পৃষ্ঠাতহে কৰিব পাৰিব।
  • আপোনাৰ আৰু কিবা সন্দেহ থাকিলে মোৰ আলোচনা পৃষ্ঠাত লিখক।

Sangeeta ১৭:১৮, ১৭ May ২০০৭ (UTC)

First of all, welcome to Assamese wikipedia. It is a pleasure to have you here. Please pardon me for using English but my command over written Assamese is very shaky.

It would be good if you categorized the pages that you are creating. You can add [[Category:দেশ]] in articles about nations and so on. Please feel free to contact Songeeta, Priyankoo or me for help, if needed. Thank you.--Eukesh ১৬:১৭, ১৮ May ২০০৭ (UTC)


অনুগ্ৰহ কৰি মন দিয়ক[সম্পাদনা কৰক]

  • আপুনি সম্পাদনা কৰোতে ({{....}} আৰু [[Category:...]])এনেকুৱা ব্ৰেকেটত থকা শব্দ বিলাক উঠাই দিছে। সেইবিলাক 'Template' আৰু Category. অনুগ্ৰহ কৰি উঠাই নিদিব।
  • বৰ্তমান অসমীয়া লিখোতে বহুতো বানান ভুল দেখা গৈছে। আপুনি ({{....}} আৰু [[Category:...]])ভিতৰত থকাটো এতিয়া শুদ্ধ কৰিব নালাগে, Administrators এ শুদ্ধ কৰিব.

ধন্যবাদ Sangeeta ১৮:১৬, ২৪ May ২০০৭ (UTC)


লোগো ট্ৰান্স্লেসন[সম্পাদনা কৰক]

Please visit Wikipedia:Village Pump to express your opinion. Thanks.--Eukesh ০৯:৪০, ২৬ May ২০০৭ (UTC)