সদস্য বাৰ্তা:D.Borah

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
নমস্কাৰ, ডি বৰা,

অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম!

অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় জড়িত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

ইয়াৰ উপৰিও ফেচবুক-অত আমাৰ Assamese Wikipedia Community বুলি এটা এটা আলোচনা গ্ৰুপ আছে। বিকিপিডিয়ান সকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে।

আশা কৰোঁ সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্ৰহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড "~~~~" ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিয়ক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব।


প্রভাকৰ শৰ্মা নেওগ 19:08, 15 নভেম্বৰ 2011 (UTC)

প্রবন্ধত সালসলনি কৰাৰ আগতে[সম্পাদনা কৰক]

প্রবন্ধত সালসলনি কৰাৰ আগতে অনুগ্রহ কৰি সংশ্লিষ্ট আলোচনা পৃষ্ঠাত আলোচনা কৰি লয় যেন।

প্রভাকৰ শৰ্মা নেওগ 20:19, 17 নভেম্বৰ 2011 (UTC)


অনুগ্রহ কৰি ভূপেন হাজৰিকাৰ প্রবন্ধৰ পৰা কল্পনা লাজমীৰ নামটো ডীলিট নকৰিব। মই উপযুক্ত referance দি তেখেতৰ কথা উল্লেখ কৰি থৈছোঁ। কিবা আপত্তি থাকিলে ৱিকিপিডিয়াৰ conflict resolution system ব্যৱহাৰ কৰি প্রতিবাদ কৰিব।

প্রভাকৰ শৰ্মা নেওগ 15:59, 18 নভেম্বৰ 2011 (UTC)

Dear Neog ,Pls Define " Hkhohojugi" . And Pls inform whether it is really needed to refer to Kalpana Lazmi in this vital statistics of Bhupen Hazarika ? There may be hundreds of "Hkhohojugi" of Bhupen Hazarika in his entire life if the customary meaning of "Hkhohojugi" in Assamese is considered.Pls Clarify.You may also check the article regarding Pandit RaviSankar in Wiki. I dont think the name of Kalpana Lazmi is at all mentionable here. Pls do not add it again before responding to this. --D.Borah