সদস্য বাৰ্তা:DC Assam/ফ’টন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


দিপাংকৰে এইখন প্ৰসাৰ কৰাৰ দায়িত্ব লোৱা বাবে বিলোপ টেগ আতৰাই থলো| কিন্তু দিপাংকৰ মোৰ বোধে পৃষ্ঠাখন বিলোপ কৰি পুণৰ সৃষ্টি কৰাহে ভাল আছিল| এই এটা শাৰী তুমি নিজেই লিখিব পাৰিলাহেতেন| আৰু লিখা যদি অনুগ্ৰহ কৰি বেছিদিন পেলাই নথবা| বেয়া দেখি| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:51, 24 মাৰ্চ 2012 (UTC)


হৰ্ঠাতে দেখি Infobox টো দিবলৈ যত্ন কৰিছিলো। কিবা ভুল হ'লে শুদ্ধৰাই দিব। পংকজ জ্যোতি
বিষ্ণু দা ম‍ই ভাবিলো আৰম্ভ কৰিলে যেতিয়া কেলৈনো, মোহাৰি পেলাও সেয়ে থাকিবলৈ দিব ক’লো, ম‍ই বাৰু যিমান পাৰি সোণকালে প্ৰথম পাৰাটো লিখি দেখিবলৈ ভাল কৰি ৰাখিম, প্ৰথমাৱস্থাত দীপাংকৰ চেতিয়া বাৰ্তা 14:33, 24 মাৰ্চ 2012 (UTC)
ঠিক আছে| পংকজ কাইটি আপুনিও ভাল কৰিছে| এনেদৰে তদাৰক কৰি থাকিব, চোৱা মানুহ আমাৰ খুব কম| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:46, 24 মাৰ্চ 2012 (UTC)

স্থানান্তৰ[সম্পাদনা কৰক]

প্ৰবন্ধটো অলপ বিস্তাৰ নোহোৱালৈকে এইখন সদস্য পৃষ্ঠালৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিলো| দিপাংকৰৰ সদস্য পৃষ্ঠালৈ পঠিয়ামনে বাৰু ?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:27, 21 এপ্ৰিল 2012 (UTC)

কৰি দিয়ক বিষ্ণু দাদা, ম্‍ই দায়িত্ব লৈ কামটো কৰিবকে পৰা নাই, সময়ৰ বৰ নাটানি হৈছে এইকেইদিন, পদাৰ্থ বিজ্ঞান প্ৰকল্প ৰ কামো আগবঢ়াব পৰা নাই, আজৰি পালেই ধেৰ কৰিব লগা আছে, প্ৰবন্ধটোৰ পূণৰ্নিৰ্দেশ নথকাকৈ স্থানান্তৰ কৰি দিয়ক দীপাংকৰ চেতিয়া বাৰ্তা 14:57, 22 এপ্ৰিল 2012 (UTC)

ভাল বাৰু| কৰি আছো|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:02, 22 এপ্ৰিল 2012 (UTC)