সদস্য বাৰ্তা:SuryaNarayanMishra

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:Dubomanabৰ পৰা পুনঃনিৰ্দেশিত)

বিষ্ণু শইকীয়া 08:45, 3 নৱেম্বৰ 2014 (UTC)

স্থানান্তৰ সম্পৰ্কে[সম্পাদনা কৰক]

আপুনি শেহতীয়াভাৱে কৰা প্ৰবন্ধ কেইটামানৰ স্থানান্তৰ কোনো আলোচনা নকৰাকৈ কৰা বাবে পূৰ্ববত কৰা হ'ল। পুণৰাই এনে কাম কৰা আগত আলোচনা পৃষ্ঠাত প্ৰস্থাৱ দিব। উদাহৰণ স্বৰূপে বাৰ্তা:উইলিয়াম শ্বেইকছপীয়েৰ চাওক, ইয়াত আগতে ৱিলিয়াম -> উইলিয়াম সম্পৰ্কে আলোচনা হৈছিল, যিটোক আপুনি অৱজ্ঞা কৰি স্থানান্তৰ কৰিলে। ইতিবাচক দিশত কথাবোৰ গ্ৰহণ কৰি ৱিকিক সমৃদ্ধিশালী কৰা কামনাৰে। বিষ্ণু শইকীয়া 11:39, 4 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]