বাৰ্তা:উইলিয়াম শ্বেইকছপীয়েৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিলিয়াম শ্বেইকছপীয়েৰ-তকৈ 'উইলিয়াম' লিখিলে সাধাৰণভাৱে প্ৰচলিত বানানৰ লগত বেছি মিলি যাব যেন পাইছোঁ।উদ্দীপতালুকদাৰ (talk) 18:25, 29 এপ্ৰিল 2013 (UTC)


আচলতে ইংৰাজী-বাংলা-অসমীয়া wikipedia-উইকিপিডিয়া-ৱিকিপিডিয়া william-উইলিয়াম- থকা বাবেহে ৱিলিয়াম লিখিলোঁ। Nayanjyoti sarma (talk) 14:35, 30 এপ্ৰিল 2013 (UTC)

কথাটো হয়। আমি মানি চলা লিপ্যন্তৰবিধিমতেও তেনেকৈয়ে লিখাৰ নিয়ম আছে, কিন্তু যিবিলাক শব্দ ইতিমধ্যে আন এটা ৰূপত জনপ্ৰিয়, তেনে বানানবোৰক সেইটো নিয়মতে লিখাৰ কথা ঠিক কৰি ৰখা হৈছিল। সেইটো ফালেৰে 'উইলিয়াম' লিখিলে মানুহে সহজে বিচাৰি পাব। এতিয়াই একো কৰিব নালাগে, প্ৰৱন্ধটো হৈ যোৱাৰ পাছত গোটেইখিনি বানান একেলগে ঠিক কৰি, উইলিয়াম-লৈ ৰিডাইৰেক্ট কৰি দিলে হ'ল। আপুনি মাত্ৰ লিখি গৈ থাকক এতিয়া।উদ্দীপতালুকদাৰ (talk) 14:13, 1 মে' 2013 (UTC)

লিখা হৈছে আচলতে :p শেষৰ ফালে ref এটা মিলাব পৰা নাই পিছে। Nayanjyoti sarma (talk) 02:30, 2 মে' 2013 (UTC)

উইলিয়াম শ্বেইকছপীয়েৰ[সম্পাদনা কৰক]

2401:4900:38C4:290B:A777:15CC:C529:EADD 14:23, 31 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]