সদস্য বাৰ্তা:Nayanjyoti sarma
নমস্কাৰ, Nayanjyoti sarma
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। ![]() ![]() |
![]() |
দীপাংকৰ চেতিয়া বাৰ্তা 17:05, 16 আগষ্ট 2012 (UTC)
সূচী
টেইলৰ ছুইফ্ট[সম্পাদনা কৰক]
আপুনি প্রবন্ধটো লিখা দেখি ভাল লাগিছে। পিছে আপোনাৰ তথসূত্র দিয়াৰ ধৰণটো সলনি কৰিব লাগে। ইয়াৰ বাবে য'ত সূত্রটো দিব সেই স্থানত <ref>উৎসৰ নাম</ref> বুলি লিখিব লাগে আৰু ==তথ্যসূত্র== ৰ তলত {{reflist}} বুলি লিখিব লাগে।
যদি ভালদৰে বুজি পোৱা নেই তেন্তে ইং ৱিকিৰ টেইলৰ ছুইফ্ট প্রবন্ধটোৰ "edit" লিংকত ক্লিক কৰি উদাহৰণ চাই ল'ব পাৰে। দৰকাৰ হ'লে মোক ফোন কৰিব পাৰে, নং: ০৯৯৫৪১১৩১৭০। প্রভাকৰ শৰ্মা নেওগ (talk) 15:53, 28 আগষ্ট 2012 (UTC)
পদক[সম্পাদনা কৰক]
![]() |
প্ৰতিভাবান নবাগত লেখক পদক | |
শ্লীপিং বিউটী শীৰ্ষক প্ৰবন্ধটো চকু ফুৰোৱাৰ পিছত আপোনাৰ অৱদানৰ প্ৰতিদান স্বৰূপে এই পদক যাচিলো, আশাকৰো আপুনি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকি অৱদান আগঢ়াই যাব। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ বিষ্ণু শইকীয়া বাৰ্তা 16:35, 31 আগষ্ট 2012 (UTC)|} |
পদক[সম্পাদনা কৰক]
![]() |
অক্লান্ত কৰ্মী পদক | |
অসমীয়া ৱিকিপিডিয়াত তোমাৰ মূল্যবান অৱদানৰ বাবে মই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো। মোবাইল যোগে অসমীয়া ৱিকিপিডিয়াত সম্পাদনা নিৰন্তৰ সম্পাদনা কৰি থাকি অসমীয়া ৱিকিপিডিয়া সমৃদ্ধিশালী কৰা বাবে তোমাক লৈ আমি গৰ্ব অনুভৱ কৰিছো। অনুগ্ৰহ কৰি অসমীয়া ৱিকিপিডিয়াৰ লগত যথাসম্ভৱ জড়িত হৈ থাকিবা বুলি আশা প্ৰকাশ কৰিলো। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ বিষ্ণু শইকীয়া বাৰ্তা 13:20, 24 ছেপ্টেম্বৰ 2012 (UTC) |
হাৰমাইনি গ্ৰিঞ্জাৰ[সম্পাদনা কৰক]
বাৰ্তা:হাৰমাইনি গ্ৰিঞ্জাৰ চাবাঁচোন প্রভাকৰ শৰ্মা নেওগ (talk) 06:45, 16 অক্টোবৰ 2012 (UTC)
আলোচনা[সম্পাদনা কৰক]
ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া⇒✉ 15:19, 17 নৱেম্বৰ 2012 (UTC)
আলোচনা[সম্পাদনা কৰক]
ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া⇒✉ 15:20, 17 নৱেম্বৰ 2012 (UTC)
স্থানান্তৰ[সম্পাদনা কৰক]
প্ৰবন্ধ এটাৰ নাম সলাবলৈ নতুন পৃষ্ঠা তৈয়াৰ কৰি পুনঃনিৰ্দেশ কৰিব নালাগে। 'ইতিহাস চাওক' টেবটোৰ ওচৰত থকা ত্ৰিভুজটো টিপিলে 'স্থানান্তৰ কৰক' বুলি বিকল্প এটা ওলায়। সেইখন পৃষ্ঠা খুলি প্ৰবন্ধটোৰ নাম সলাই দিলেই হ'ল। তেতিয়া প্ৰবন্ধটোৰ ইতিহাস অক্ষত অৱস্থাত থাকে। — গীতাৰ্থ বৰদলৈ (talk) 06:09, 17 জানুৱাৰী 2013 (UTC)
দুঃখিত...আচলতে মই মোবাইলত কৰোঁ যে গতিকে কিবাকিবি ভুল হৈয়েই যায় :(...আৰু এয়া জনা নাছিলোঁ। আগলৈ মনত ৰাখিম। ধন্যবাদ.. :)
Nayanjyoti sarma (talk) 12:48, 19 জানুৱাৰী 2013 (UTC)
চিত্ৰ[সম্পাদনা কৰক]
এনেই আপল'ড কৰি থ'ব নালাগে। প্ৰবন্ধ লিখিলে কৰিবা। আনে লিখা প্ৰবন্ধত ছবি ভৰাব পাৰা। কেৱল আপল'ড কৰোঁতে উপযুক্ত তথ্যবোৰ দিবা। ৱিকিকমন্সত এনেকুৱা ছবিবোৰ আপল'ড নকৰিবা। তাত ডিলিট কৰি দিব। — গীতাৰ্থ বৰদলৈ (talk) 07:14, 30 জানুৱাৰী 2013 (UTC)
হয় :)Nayanjyoti sarma (talk) 07:31, 30 জানুৱাৰী 2013 (UTC)
প্ৰবন্ধ[সম্পাদনা কৰক]
মই ডেচডিম’না হ’ব খোজোঁত থকা তথ্য আৰু কিছু অন্তৰ্ভূক্ত কৰি মণিকুন্তলা ভট্টাচাৰ্য প্ৰবন্ধটো সৃষ্টি কৰি থলে ভালেই আছিল| বিষ্ণু শইকীয়া⇒✉ 19:37, 2 ফেব্ৰুৱাৰী 2013 (UTC)
অ' হয়। কৰিবলৈ পালে ভাল পাম। আজিয়েই কামত লাগিম :) Nayanjyoti sarma (talk) 03:09, 3 ফেব্ৰুৱাৰী 2013 (UTC)
হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহ[সম্পাদনা কৰক]
হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহৰ আলোচনা পৃষ্ঠাত এটা বাৰ্তা দিছোঁ, চাবচোন। প্রভাকৰ শৰ্মা নেওগ (talk) 07:27, 31 জানুৱাৰী 2014 (UTC)
ফটো[সম্পাদনা কৰক]
বাৰ্তাটো চাবিচোন।--নিয়ৰপৰশ (talk) 08:55, 19 July 2015 (UTC)
Picture[সম্পাদনা কৰক]
Did you take the picture of Dr. Rita Chowdhury yourself? I yes, then please upload it to commons. If no, then we should not use it. Someone must have taken pictures of her and can donate to commons. — গীতাৰ্থ বৰদলৈ (talk) 07:59, 29 July 2015
আঈ টুক দ্য পিক্সাৰ মাঈছেল্ফ । Nayanjyoti sarma (talk) 16:39, 4 August 2015 (UTC)
মানে আগৰ ফাইল বোৰৰ দৰে সহজকে কৰিছিলোঁ। কমন্সত কৰা নাই আপলোড এতিয়ালে'। Nayanjyoti sarma (talk) 16:44, 4 August 2015 (UTC)