সমললৈ যাওক

সদস্য বাৰ্তা:JAKHINI

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 03:42, 10 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পৃষ্ঠা স্থানান্তৰ

[সম্পাদনা কৰক]

Gottfried Wilhelm Leibniz-ৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত ইতিমধ্যে প্ৰবন্ধ এটা আছিলেই। সেয়েহে আপুনি লিখা প্ৰবন্ধটো আপোনাৰ সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰা হ'ল। যদিও আপোনাৰ প্ৰবন্ধটো পুৰণিটোতকৈ অধিক উন্নত আছিল, ৱিকিৰ নীতি অনুসৰি আপুনি লিখা পৃষ্ঠাটো খালি কৰি তাক পূৰ্বৰ প্ৰবন্ধটোলৈ ৰিডাইৰেক্ট কৰা হ'ল। আপুনি লিখা তথ্যখিনি পূৰ্বৰ প্ৰবন্ধটোত সংযোগ কৰি তাক অধিক উন্নত কৰাত সহায় কৰিব পাৰে। বাবুল বৈশ্য (বাৰ্তা) 06:00, 15 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey

[সম্পাদনা কৰক]

Dear Community Members,

I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.

We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.

This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.

Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6

We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.

Deadline to Submit the Survey: 20 January 2025

Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.

Warm regards,
Biplab Anand

নাৰীবাদ আৰু লোকগাথা ২০২৫ত অংশগ্ৰহণৰ বাবে ধন্যবাদ!

[সম্পাদনা কৰক]

প্ৰিয় অৱদানকাৰী,

নাৰীবাদ আৰু লোকগাথা ২০২৫ৰ অংশ হোৱা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ! আপোনাৰ অবিশ্বাস্য অৱদানসমূহে অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু বিশ্বৰ চহকী সাংস্কৃতিক ঐতিহ্যসম্পৰ্কীয় তথ্য উপলভ্য হোৱাত সহায় কৰিছে।

📅 ইয়াৰ পিছত কি?

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ দিনৰে পৰা অৰ্থাৎ ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা জুৰী প্ৰক্ৰিয়া ২০২৫ চনৰ এপ্ৰিল-মে'ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই সময়চোৱাত অনুগ্ৰহ কৰি আপোনাৰ ৱিকিমিডিয়াৰ আলোচনা পৃষ্ঠাত নজৰ ৰাখক লগতে আপোনাৰ ইমেইল জাননীসমূহ সক্ৰিয় কৰি ৰখা হৈছেনে নাই, সেই সম্পৰ্কে নজৰ ৰাখক যাতে আপুনি ফলাফল সম্পৰ্কীয় কোনো আপডেটৰ পৰা অজ্ঞাতে থাকিব লগীয়া নহয়।

📝 এতিয়া আমি আপোনাৰ পৰা কি বিচাৰিছোঁ, বা আপোনাৰ কৰণীয় কি!

আপোনাৰ অংশগ্ৰহণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি এইকথা অনুভৱ কৰোঁ, যিহেতু প্ৰতিযোগিতাৰ মানসিকতাৰে পৃষ্ঠাসমূহ সৃষ্টি কৰা হৈছে, গতিকে জ্ঞাতে-অজ্ঞাতে প্ৰবন্ধসমূহত যথেষ্ট সংখ্যক আসোঁৱাহ ৰৈ যোৱা চকুত পৰিছে। ইয়াৰোপৰি বহু প্ৰবন্ধ পোখালি হিচাপে ৰৈ গৈছে। এনে সমস্যাসমূহ সমাধান নকৰিলে প্ৰকল্পটোৰ মান নিম্নগামী হোৱাৰ দৰে হয়। গতিকে নতুনকৈ অন্য কোনো প্ৰবন্ধ সৃষ্টিৰ পূৰ্বে পাৰিলে প্ৰতিযোগিতাৰ বাবে সৃষ্টিকৰা পৃষ্ঠাসমূহ উন্নত কৰাত মনোযোগ দিয়ে যেন। আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি এপ্ৰিলৰ মাজভাগৰ ভিতৰত আপোনাৰ চিন্তা, পৰামৰ্শ আৰু প্ৰতিযোগিতাৰ সময়ত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বান সম্পৰ্কত মতামত সংগ্ৰহ কৰিবলৈ এখন প্ৰ-পত্ৰ প্ৰেৰণ কৰিম৷ আপোনাৰ মূল্যবান মতামতে আমাক পৰৱৰ্তী সংস্কৰণটোক আৰু অধিক উন্নত আৰু ৱিকিসুলভ কৰিবলৈ সহায় কৰিব!

আকৌ এবাৰ নাৰীবাদ আৰু লোকগাথা আৰু পৰম্পৰাৰ এই বিশ্বব্যাপী উদযাপনৰ অংশ হোৱাৰ বাবে ধন্যবাদ।

ধন্যবাদেৰে, Nayan j Nath (বাৰ্তা) 12:20, 1 April 2025 (ইউ.টি.চি.) সমন্বয়ক নাৰীবাদ আৰু লোকগাথা ২০২৫[উত্তৰ দিয়ক]