সদস্য বাৰ্তা:Jaminianurag

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

প্রভাকৰ শৰ্মা নেওগ 10:58, 14 অক্টোবৰ 2011 (UTC)

স্বাগতম[সম্পাদনা কৰক]

কিছুদিন বিৰতিৰ পাছত আপুনি পুণৰ ঘূৰি অহা বাবে ভাল লাগিছে| অনুগ্ৰহ কৰি আগলৈকো অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হোপি থাকে যেন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:33, 15 মাৰ্চ 2012 (UTC)

ধন্যবাদ| আপোনাৰ উত্তৰটো পাই ভাল পালো| ব্যস্ততা নাথাকিলে কেতিয়াবা টুক টাক লাগি থাকিলে সেয়াই আমাৰ বাবে যথেষ্ঠ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:48, 15 মাৰ্চ 2012 (UTC)

The Teamwork Barnstar[সম্পাদনা কৰক]

Team Barnstar.png The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ।  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:16, 12 এপ্ৰিল 2012 (UTC)