সদস্য বাৰ্তা:Jyotishbaruah

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
নমস্কাৰ, Jyotishbaruah
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ!

আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন।


ইয়াৰ উপৰিও ফেচবুকত আমাৰ 👍Assamese Wikipedia Community বুলি এটা আলোচনা গোট আছে। বিকিপিডিয়ানসকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে।

আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব।

প্রভাকৰ শৰ্মা নেওগ (talk) 15:21, 1 ছেপ্টেম্বৰ 2012 (UTC)

নীল আৰ্মষ্ট্ৰং[সম্পাদনা কৰক]

ৱিকিপিডিয়াত যোগদানৰ কাৰণে ধন্যবাদ। নীল আৰ্মষ্ট্ৰং প্রবন্ধটোত আপুনি পৰীক্ষা নিৰীক্ষা কৰি চোৱা দেখা পাইছোঁ। নতুন সদস্য বাবে নাজানি ভুল হৈছে। যিহওক মই প্রবন্ধটো আকৌ আগৰ অৱস্থালৈ ঘুৰাই নিলোঁ। পৰীক্ষা-নিৰীক্ষাৰ বাবে এই পৰীক্ষাগাৰ পৃষ্ঠাটো (ক্লিক কৰক) ব্যৱহাৰ কৰে যেন। ইয়াত যি মন যায় তাকে লিখিব পাৰে।

প্রভাকৰ শৰ্মা নেওগ (talk) 15:21, 1 ছেপ্টেম্বৰ 2012 (UTC)