সমললৈ যাওক

সদস্য বাৰ্তা:Kritamjit Hajong

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আপুনি হয়তো প্ৰবন্ধ সৃষ্টিৰ বাবে যিকোনো ৱিজাৰ্ডৰ সহায় ল'ব পাৰে। ইয়াৰ বাবে প্ৰবন্ধ ৱিজাৰ্ড চাওক।

ধন্যবাদ।

সদানন্দ হাজং নামৰ প্ৰবন্ধটো ৱিকিপিডিয়াৰ পৰা অতি সোনকালে বিলোপ কৰা হ'ব। যিহেতু এই প্ৰবন্ধটো কোনো জীৱিত ব্যক্তি নাইবা কোনো ব্যক্তিৰ দল, কোনো প্ৰাণী, সংস্থা (বেণ্ড, সংঘ, কোম্পানী, "ইত্যাদি") ইণ্টাৰনেটৰ সম্বল অথবা কোনো অনুষ্ঠান সম্পৰ্কীয় কিন্তু ই কিয় আৰু কেনেকৈ দৰকাৰী অথবা গুৰুত্বপূৰ্ণ সেয়া উল্লেখ কৰা হোৱা নাই: অৰ্থাৎ, এই প্ৰবন্ধটো কিয় বিশ্বকোষত থকা প্ৰয়োজন সেইটো উল্লেখ হোৱা নাই। ক্ষীপ্ৰ বিলোপনৰ মাপকাঠিৰ A7 অনুচ্ছেদৰ অধীনত, এনে প্ৰবন্ধসমূহ যিকোনো সময়ত বিলোপ কৰা হ'ব পাৰে। যদি এই বিষয়টো প্ৰকৃততে কিয় বিশ্বকোষত স্থান লাভ কৰিব লাগে সেইটো আপুনি দেখুৱাব পাৰে, তেন্তে আপুনি মুক্তভাৱে বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো আকৌ সৃষ্টি কৰিব পাৰিব।

অনুগ্ৰহ কৰি সাধাৰণতে উল্লেখযোগ্য বুলি বিবেচনা কৰা সম্পৰ্কে ইয়াত পঢ়ক, আৰু বিশেষভাৱে জীৱনী সম্পৰ্কে, ইণ্টাৰনেট বিষয়ৰ, সংগীতজ্ঞ সম্পৰ্কে, বা কোম্পানী সম্পৰ্কে লিখিত প্ৰবন্ধৰ বাবে প্ৰয়োজনীয় মাপকাঠি সমূহ চাওক। এই সম্পৰ্কে যদি আপোনাৰ যিকোনো প্ৰশ্ন আছে তেন্তে মোৰ আলোচনা পৃষ্ঠাত মুক্তমনে আলোচনা কৰিব পাৰে। বাবুল বৈশ্য (বাৰ্তা) 11:42, 19 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]