সাঁচ বাৰ্তা:সাধাৰণ জ্যামিতি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:Priyapal Handique wikiৰ পৰা পুনঃনিৰ্দেশিত)
মই সাঁচটো এটি পৃষ্ঠাত কেনেকৈ ব্যৱহাৰ কৰিম? Priyapal Handique wiki (বাৰ্তা) 10:35, 28 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Priyapal Handique wiki: আপুনি যি পৃষ্ঠাত এই সাঁচখন বহুৱাব বিচাৰে, তাত {{সাধাৰণ জ্যামিতি}} লিখি পৃষ্ঠাটো সাঁচি থ'লেই হ'ব। — চাণক্য (বাৰ্তা) 11:06, 28 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@-chanakyakdas: আপুনি কোৱা ধৰণে মই {{সাধাৰণ জ্যামিতি}} বুলি লিখিলোঁ অসমীয়া ৱিকপিডিয়াৰ জ্যামিতি পৃষ্ঠাত কিন্তু তাত সাঁচটো ওলোৱা নাই, কিবা "জ্যামিতি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)" বুলিহে ওলাইছে। এবাৰ অনুগ্ৰহ কৰি আপুনি তাৰ উৎস সম্পাদনাত সালসলনি কৰি দিয়কচোন। Priyapal Handique wiki (বাৰ্তা) 11:19, 28 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Priyapal Handique wiki: ঠিক কৰা হ’লচাণক্য (বাৰ্তা) 12:00, 28 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@-chanakyakdas: ধন্যবাদ। Priyapal Handique wiki (বাৰ্তা) 12:31, 28 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]