সদস্য বাৰ্তা:SHEIKH

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:Shekh Mahmudul Hasanৰ পৰা পুনঃনিৰ্দেশিত)

আলোচনা পৃষ্ঠা[সম্পাদনা কৰক]

নমস্কাৰ SHEIKH। শেহতীয়াকৈ আপুনি অসমীয়া ৱিকিপিডিয়াৰ অসংখ্য প্ৰবন্ধত আলোচনা পৃষ্ঠা যোগ দিয়া দেখিবলৈ পোৱা গৈছে। এনে কৰাৰ বিশেষ প্ৰয়োজন নাই আৰু ই প্ৰবন্ধটোৰ বা অসমীয়া ৱিকিপিডিয়াৰ মান বৃদ্ধি কৰাত কোনোধৰণৰ অৰিহণা যোগোৱা নাই। বৰঞ্চ ৱিকিপিডিয়াৰ শেহতীয়া সালসলনিসমূহ নিৰীক্ষণ কৰাত ই কিছু পৰিমাণে অসুবিধাৰহে সৃষ্টি কৰিছে। গতিকে আপোনাক এই কাৰ্যৰ পৰা সাময়িকভাৱে বিৰত থাকিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 09:10, 10 মে' 2021 (ইউ.টি.চি.)