সদস্য বাৰ্তা:Tai Ahom Revival Fraternity

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

নামকৰণ[সম্পাদনা কৰক]

"জয়মতী" এক সৰ্ব প্ৰচলিত নাম। "জাঞমতী"লৈ সলনি কৰাৰ আগতে আলোচনা পৃষ্ঠাত সম্পৰ্কীয় ৰেফাৰেন্স আৰু অকাট্য যুক্তি প্ৰদৰ্শন কৰিলে সেয়া সকলোৰে বাবে গ্ৰহণীয় হ'ব। ৱিকিপিডিয়াৰ সাধাৰণ নীতিমতে প্ৰচলিত নামটো আগৰদৰেই ৰাখি আন নামবোৰ তালৈ redirect কৰি দিব পাৰি। অনুগ্ৰহ কৰি আন আন বুৰঞ্জীমূলক তথ্য অন্তৰ্ভুক্ত কৰিলেও ৰেফাৰেন্স দিব। ধন্যবাদেৰে 14:23, 16 January 2019 (ইউ.টি.চি.)