সদস্য বাৰ্তা:Udayan
নমস্কাৰ, Udayan
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
Bishnu Saikia (বিষ্ণু শইকীয়া) 20:15, 24 জানুৱাৰী 2012 (UTC)
ৱিকিপিডিয়া কি নহয়
[সম্পাদনা কৰক]ৱিকিপিডিয়াত কেৱল গীতৰ কথাৰে প্ৰবন্ধ সৃষ্টি কৰিব নোৱাৰি। অনুগ্ৰহ কৰি ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় পৃষ্ঠাখন এবাৰ পঢ়ি চাব। অসমৰ জাতীয় সংগীতটোৰ বিষয়ে আন কিবা তথ্য আছে যদি অসমৰ জাতীয় সংগীত পৃষ্ঠাখনত যোগ দিয়ক। Gitartha.bordoloi 18:57, 7 ফেব্ৰুৱাৰী 2012 (UTC)
বঢিয়া
[সম্পাদনা কৰক]নাট্যপ্ৰভাকৰ সত্য প্ৰসাদ বৰুৱা প্ৰবন্ধটো ভাল হৈছে| নামটো কেৱল সত্য প্ৰসাদ বৰুৱা কৰিব লাগিব| আপুনি নোৱাৰিলে মই কৰি দিম বাৰু| আশা কৰো এনেদৰেই ৱিকিখন সমৃদ্ধিশালী কৰি তোলে যেন| বিষ্ণু শইকীয়া বাৰ্তা 13:43, 30 মাৰ্চ 2012 (UTC)
আপুনি লিখিবলৈ আগবাঢ়ি অহা দেখি ভাল লাগিছে, এনেদৰে লাগি থাকিব, প্ৰবন্ধটোৰ মই সজ্জাটো অলপ সলনি কৰি দিলো দেই (বেয়া নাপাব), পাৰিলে দুই এটা তথ্যসূত্ৰ(reference) সংযোগ কৰিব, কিবা অসুবিধা পালে মোলৈ বাৰ্তা লিখিব, সহায় কৰিব পালে ভাল পাম দীপাংকৰ চেতিয়া বাৰ্তা 14:48, 30 মাৰ্চ 2012 (UTC)
The Teamwork Barnstar
[সম্পাদনা কৰক]The Teamwork Barnstar | ||
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। বিষ্ণু শইকীয়াবাৰ্তা 11:16, 12 এপ্ৰিল 2012 (UTC) |
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.