সপ্তভুজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সপ্তভূজ ৭ ৰেখা খণ্ডৰে নিৰ্মিত বহুভূজ।[1]

ব্যৱহাৰ[সম্পাদনা কৰক]

  1. যুক্তৰাজ্যত ২ সপ্তভূজাকাৰ মুদ্ৰাৰ প্ৰচলন আছে।
  2. বাৰ্বাডছ ডলাৰো সপ্তভূজাকাৰ।
  3. কেইবাটাও বটছৱানা পুলা মুদ্ৰা সপ্তভূজাকাৰ।
  4. জাৰ্মানীৰ মৌচলিয়াম অৱ প্ৰিন্স আৰ্ণষ্টত সপ্তভূজাকাৰ টাইল ব্যৱহাৰ কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শব্দ ডট অৰ্গ