সহায়:সমল/অসমীয়া ৱিকিপিডিয়া সমাজ
Jump to navigation
Jump to search
অসমীয়া ৱিকিপিডিয়া সমাজ
অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে আলোচনা কৰিবলৈ ফেচবুকত অসমীয়া ৱিকিপিডিয়া সমাজ নামেৰে এটা গ্ৰুপ আছে। পুৰনি ৱিকিপিডিয়ানসকলে নিজৰ মাজত সংযোগ ৰাখিবলৈ, নতুন ৱিকিপিডিয়াতসকলক সহায় কৰিবলৈ ৱিকিপিডিয়া বা ইয়াৰ লগত জড়িত যিকোনো কথা আলোচনা কৰিবলৈ এই গ্ৰুপটো ব্যৱহাৰ কৰা হয়। আপুনি যদি নতুন তেন্তে ইয়াত সদস্যভুক্ত হৈ ল'লে সোনকালে ৱিকিপিডিয়াৰ বিষয়ে শিকিব পাৰিব বা সহজতে সহায় পাব।
|