সাঁচ:অদৃশ্য শ্ৰেণী/doc

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ব্যৱহাৰ[সম্পাদনা কৰক]

এই সাঁচ সেইসমূহ শ্ৰেণীত ব্যৱহাৰ কৰা উচিত যিবোৰত সাধাৰনতে ৱিকিপিডিয়াৰ পৰিচৰ্যামূলক কামত ব্যৱহৃত হয়। সাধাৰণ পঢ়ুৱৈৰ সুবিধাৰ্থে কিছুমান শ্ৰেণী ৱিকিপিডিয়াত অদৃশ্য কৰি ৰখা হয় যাতে তেওঁলোকে এইসমূহ দেখি বিভ্ৰান্তিত নপৰে। __HIDDENCAT__ হ’ল এনে এটা যাদুকৰী শব্দ, যিটোৰ যোগেদি শ্ৰেণী এটা লুকুৱাই ৰাখিব পাৰি। আনহাতে যিবোৰ শ্ৰেণীত {{hiddencat}} বুলি লিখা হয় তাত পুনৰাই __HIDDENCAT__ লিখাৰ প্ৰয়োজন নাই।

আৰু চাওক[সম্পাদনা কৰক]