সাঁচ:অমিতা খাদ্যগুণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমিতাৰ খাদ্যগুণ
খাদ্যগুণ প্ৰতি ১০০ গ্ৰামত
শক্তি: ৪০ কিলোকেলৰি বা ১৬০কিলোজ’ল
কাৰ্বহাইড্ৰেট ৯.১ গ্ৰাম
শৰ্কৰা ৫.৯০গ্ৰাম
আঁহ ১.৮গ্ৰাম
স্নেহ পদাৰ্থ ০.১৪গ্ৰাম
মাংসসাৰ ০.৬১গ্ৰাম
ভিটামিন A : ৫৫ মাইক্ৰ’গ্ৰাম ৬%
বিটা কেৰটিন : ২৭৬ মাইক্ৰ’গ্ৰাম ৩%
থাইমিন (ভিটামিন B1) : ০.০৪ মিগ্ৰাম ৩%
ৰিবফ্লেবিন (ভিটামিন B2) : ০.০৫ মিগ্ৰাম ৩%
নিয়াচিন (ভিটামিন B3) : ০.৩৩৮ মিগ্ৰাম ২%
ভিটামিন B6 : ০.১ মিগ্ৰাম ৮%
ভিটামিন C : ৬১.৮ মিগ্ৰাম ১০৩%
কেলচিয়াম : ২৪মিগ্ৰাম ২%
আইৰণ বা খনিজ লো : ০.১ মিগ্ৰাম ১%
মেগনেছিয়াম : ১০মিগ্ৰাম ৩%
পটেছিয়াম : ২৫৭ মিগ্ৰাম ৫%
ফছফৰাছ : ৫ মিগ্ৰাম ১%
ছ’ডিয়াম  : ৩ মিগ্ৰাম 0%