সাঁচ:আলোকচিত্ৰ প্ৰতিযোগিতা/doc

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিৱৰণ: ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ প্ৰতিযোগিতা বিতংভাবে পঢ়ক|

প্ৰতিযোগীসকলৰ সুবিধাৰ বাবে এতিয়া ছবি আপলোড কৰাৰ অনুজ্ঞাপত্ৰৰ বাচনিবোৰৰ প্ৰথম নিৰ্বাচনটোৱেই "অসমীয়া বিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা" হিচাপে দিয়া হৈছে| কাম শেষ হোৱাৰ পাছত সেইখন আতৰাই বা অলপ সালসলনি কৰা হ’ব| সেই বাচনিটো নিৰ্বাচন কৰিলে নিজে নিজে শ্ৰেণী:অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা ৰ অন্তৰ্ভুক্ত হ’ব|

ব্যৱহাৰ:

যদি কোনোবা প্ৰতিযোগীয়ে অনুজ্ঞাপত্ৰৰ বাচনি নকৰে তেন্তে আমাৰ ভিতৰেৰে কোনোবাই {{আলোকচিত্ৰ প্ৰতিযোগিতা‎}}বা {{Photography Competion‎}} বুলি চিত্ৰখনত সম্পাদনা কৰি সুমিয়াই দিলেই একেই কাম হ’ব|