সাঁচ:পদকতালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই সাঁচটো ৱিকিপিডিয়াৰ সম্পাদক সকলক উৎসাহ প্ৰদানৰ উদ্দেশ্যে দিয়া পদকসমূহ ৱিকিপত্ৰিকাত তালিকাভূক্ত কৰিবলৈ সৃষ্টি কৰা হৈছে।

সাঁচটোৰ পেৰামিটাৰ[সম্পাদনা কৰক]

তলৰ সাঁচটো প্ৰতিলিপি কৰি তালিকা প্ৰস্তুত কৰিব পাৰি।

{{পদকতালিকা |Title1= |User1= |Title2= |User2= |Title3= |User3= |Title4= |User4= |Title5= |User5= |Title6= |User6= |Title7= |User7= }}

Title[সম্পাদনা কৰক]

এই স্থানত পদকৰ নাম লিখিব লাগিব। বিভিন্ন পদকবোৰ তলত উল্লেখ কৰা হৈছে, উক্ত পদকবোৰ কোনো সদস্যৰ বাৰ্তাপয়ষ্ঠাত দিবলৈ বন্ধনীৰ ভিতৰৰ সাঁচবোৰ ব্যৱহাৰ কৰিব পাৰি।

  • বিশেষ বঁটা
  • ব্যতিক্ৰমী ন সম্পাদক
  • প্ৰতিভাবান ন সম্পাদক, প্ৰতিভাবান নবাগত লেখক পদক
  • এই মাহৰ ৱিকিপিডিয়ান, ({{এই মাহৰ ৱিকিপিডিয়ান}})
  • The Teamwork Barnstar
  • Barnstar of Diplomacy
  • অনুবাদকৰ পদক
  • জীৱনীকাৰ পদক
  • কাৰিকৰী বিশেষজ্ঞ পদক
  • প্ৰশাসক পদক
  • শততম প্ৰবন্ধ পদক
  • ৱিকিপিডিয়া অনুপ্ৰেৰণা বঁটা
  • Valued Picture Barnstar
  • অক্লান্ত কৰ্মী পদক
  • ৱিকিউৎস: সাংস্কৃতিক পদক
  • অসমীয়া চলচ্চিত্ৰ পদক
  • চলচ্চিত্ৰ পদক
  • জীৱবিজ্ঞানৰ ভোটাতৰা, ({{subst:জীৱবিজ্ঞানৰ ভোটাতৰা|1=}})
  • নিৰ্বাচিত প্ৰবন্ধ পদক, ({{subst:The Featured Article Medal|1=}})
  • অনুপ্ৰাণিত ৱিকিপিডিয়ান, ({{motivated editor|}})
  • ৱিকিমিডিয়া প্ৰচাৰ পদক
  • পথ প্ৰদৰ্শকৰ পদক
  • ৱিকিউৎসৰ উদীয়মান সম্পাদক
  • ৱিকিউৎসৰ সহযোগিতা পদক
  • আয়োজক পদক

User[সম্পাদনা কৰক]

এই স্থানত পদক পোৱা সদস্যজনৰ নাম লিখিব লাগিব। যেনে- নাম বা [[সদস্য:নাম|নাম]]