সাঁচ:En2Astime
অৱয়ব
ইংৰাজীৰ পৰা অসমীয়া কৰিবলগীয়া বিভিন্ন সাঁচত এই সাঁচবোৰ ব্যৱহাৰ কৰা হয়। এই সাঁচবোৰ আপদেট কৰা অতি দৰকাৰী।
{{En2AsDay}}
ইংৰাজী তাৰিখক অসমীয়া তাৰিখলৈ সলনি কৰিবলৈ। যেনে, ইংৰাজী 12/07/2019=২৬ তাৰিখ। সেইদৰে বাকী তাৰিখবোৰো সংগ্ৰহ কৰিলেহে সাঁচটো সম্পূৰ্ণ হব।
{{En2AsMonth}}
ইংৰাজী তাৰিখক অসমীয়া মাহৰ নম্বৰলৈ সলনি কৰিবলৈ। যেনে, ইংৰাজী 12/07/2019=৩ তাৰিখ। সেইদৰে বাকী তাৰিখবোৰো সংগ্ৰহ কৰিলেহে সাঁচটো সম্পূৰ্ণ হব।
{{En2Astime}}
ইংৰাজী বছৰ, ছেকেণ্ড, মিনিট, ২৪ ঘণ্টা, তাৰিখ, সপ্তাহ, মাহ নং অসমীয়া লিপিলৈ সলনি কৰিবলৈ। যেনে,
১ নং স্থানত: বছৰ, ছেকেণ্ড, মিনিট, ২৪ ঘণ্টা, তাৰিখ, সপ্তাহ, মাহ নং
{{En2Astime|2034}}= ২০৩৪{{En2Astime|34}}= ৩৪
২ নং স্থানত: পূৱা, দুপৰীয়া, আবেলি, সন্ধ্যা, ৰাতি
{{En2Astime||20}}= ৰাতি ০৮{{En2Astime||8}}= পূৱা ০৮
৩ নং স্থানত: মাহৰ নাম
{{En2Astime|||11}}= নৱেম্বৰ{{En2Astime|||nov}}= নৱেম্বৰ
৪ নং স্থানত: বাৰৰ নাম
{{En2Astime||||6}}= শনিবাৰ{{En2Astime||||Sat}}= শনিবাৰ
{{En2Asdigit}}, {{En2Asdigit}}, {{En2Asdigit/large}}
{{ConvertDigit}}ৰ অন্য সংস্কৰণ। ইংৰাজী সংখ্যা অসমীয়ালৈ সলনি কৰে।