সাঁচ:WLL

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকি লাভ্ছ লিটাৰেছাৰ

সাহিত্য, ভাষা আৰু কলাৰ সৈতে জড়িত প্ৰবন্ধ সৃষ্টি আৰু উন্নত কৰাৰ এক প্ৰকল্প

ৱিকি লাভ্ছ লিটাৰেছাৰ ২০২২ হৈছে ৱিকিপিডিয়া সম্প্ৰদায়ৰ এক অনলাইন সম্পাদনামেলা। এই প্ৰকল্প প্ৰথমবাৰৰ বাবে ২০২১ চনৰ পাঞ্জাবী ৱিকিপিডিয়াত পাঞ্জাবী ৱিকি সম্প্ৰদায়ে কৰিছিল। এই প্ৰকল্পত সাহিত্য আৰু পাঞ্জাবী লেখকৰ সৈতে জড়িত প্ৰবন্ধসমূহত গুৰুত্বপূৰ্ণ তথ্য, উৎস, ছবিৰে অৱদান আগবঢ়োৱা হৈছিল। এই অভিযান এতিয়া অন্য ৱিকি সম্প্ৰদায়সমূহলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অভিযানৰ উদ্দেশ্য হৈছে ভাষা, সাহিত্য, কলা আৰু ইয়াৰ লগত জড়িত ব্যক্তিত্ব, অনুষ্ঠান-প্ৰতিষ্ঠান, উৎসৱ আৰু ঘটনাৰ সৈতে জড়িত ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টি কৰা আৰু লগতে পৰিমাণগত আৰু গুণগত দুয়োটা দিশতে সৃষ্টি হোৱা প্ৰবন্ধৰ সংখ্যা বৃদ্ধি কৰা। আহক আমি এই প্ৰকল্পৰ সৈতে জড়িত হওঁ আৰু ৱিকিৰ ঐতিহ্য সমৃদ্ধ কৰোঁ।

ৱিকি লাভ্ছ লিটাৰেছাৰ