সাঁচ বাৰ্তা:ভাৰতৰ শাস্ত্ৰীয় নৃত্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইয়াতো ৮ বিধ নৃত্যক শাস্ত্ৰীয় বুলি ধৰা হৈছে।কিন্তু ভাৰতৰ শাস্ত্ৰীয় নৃত্য প্ৰৱন্ধটোত পশ্চিম বংগৰ গৌড়ীয় নৃত্য শাস্ত্ৰীয় বুলি দেখুৱাইছে। কোনটো শুদ্ধ ।--দ্বিজেন মহন্ত (talk) 13:21, 17 মাৰ্চ 2012 (UTC)

চাইছো| এই সম্পৰ্কে ম‍ই ভালকৈ নাজানো| আপুনি যদি ভালদৰে জানে আৰু ইংৰাজী প্ৰবন্ধটো বিশ্বাসযোগ্য যেন দেখিছে, তেন্তে ইয়াত শুদ্ধৰাই দিব পাৰে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:21, 17 মাৰ্চ 2012 (UTC)

ভালকৈ বিচাৰি চাব লাগিব।মোৰ অলপ সন্দেহ হৈছে।'গৌড়ীয় নৃত্য' শাস্ত্ৰীয় নহয় যেন লাগিছে।মই চাইমেলি ঠিক কৰিম বাৰু।--দ্বিজেন মহন্ত (talk) 17:10, 17 মাৰ্চ 2012 (UTC)