সাঁচ বাৰ্তা:Like

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আমাক এ্ই সাঁচটোৰ দৰকাৰ আছে জানো? প্রভাকৰ শৰ্মা নেওগ (talk) 03:19, 9 অক্টোবৰ 2012 (UTC)

প্ৰয়োজন নাই, কিন্তু থকা বাবে ভাল হৈছে মোৰ বোধে| যিহেতু সাঁচটোৱে এতিয়ালৈ অসমীয়া ৱিকিপিডিয়াত একো বেয়া প্ৰভাৱ পেলোৱা নাই , আৰু প্ৰয়োজনবশত উপযুক্ত স্থানতহে ব্যৱহাৰ কৰা হৈছে সেয়ে থাকক| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:34, 9 অক্টোবৰ 2012 (UTC)